11/04/2018
অসম নেপালী সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ, অসমীয়া আৰু নেপালী সাহিত্যৰ অন্যতম অগ্ৰজ ব্যক্তি বিশ্বনাথৰ গলিয়া নিবাসী হৰি গজুৰেলৰ আজ এই মাত্ৰে পৰলোক হোৱা বুলি জানি মৰ্মাহত হৈছো । পাৰ্থিৱ দেহ ত্যাগ কৰিলে ও তেখেত অমৰ হৈ থাকিব । বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে পৰমপিতা পৰমেশ্বৰৰ ওচৰত সদৌ অসম গোর্খা ছাত্ৰ সন্থা বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । 🙏
জয় গোর্খা।।
জয় আই অসম।।