Mahabhairab mandir unofficial

Mahabhairab mandir unofficial The temple is dedicated to Lord Shiva and built by King Banasura.

The Shiva linga of this temple is said to be made of 'Living Stone' which grows over slowly by the years.

জয় মহাভৈৰৱ বাবা।।Phone pe 9577522492হোমৰ কাৰণে আপোনালোকে বৰঙণি আগবঢ়োৱা পাৰে।।
10/10/2025

জয় মহাভৈৰৱ বাবা।।
Phone pe 9577522492
হোমৰ কাৰণে আপোনালোকে বৰঙণি আগবঢ়োৱা পাৰে।।

08/05/2025

হৰহৰ মহাদেৱ🙏💫🔥

নমস্কাৰ তিনিচুকীয়াৰ পৰা শ্ৰী ৰমেন সাহু হোমৰ বাবদ ১০০১ টকা পঠিয়াইছে আপোনাৰ নামত পূজা দিয়া হৈছে।। ধন্যবাদআমাৰ WhatsApp no ...
25/08/2024

নমস্কাৰ তিনিচুকীয়াৰ পৰা শ্ৰী ৰমেন সাহু হোমৰ বাবদ ১০০১ টকা পঠিয়াইছে আপোনাৰ নামত পূজা দিয়া হৈছে।। ধন্যবাদ
আমাৰ WhatsApp no 095775 22492
Google pay 9577522492

20/08/2024

মহাভৈৰৱ বাবাৰ ৰুদ্ৰাভিষেক দৰ্শন কৰক আৰু ভাল লাগিলে share কৰক।।

20/08/2024

মহাভৈৰৱ বাবা মন্দিৰত অনুষ্ঠিত শাওনৰ ব'লব'ম বিশেষ হোমৰ দৃশ্যাংশ।।

12/07/2023

হৰহৰ মহাদেৱ।।

22/05/2023

জয় মহাভৈৰৱ বাবা।।

21/05/2023

জয় মহাভৈৰৱ বাবা।। এটা নজনা গুৰুত্বপূৰ্ণ কথা জনবিশ্বাস মতে শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ত জালুক { গুল মৰিচ} ভক্তি সহাকাৰে বাবাক অৰ্পণ কৰিলে চৰ্মৰোগ আচিনা আদি ৰোগ নিৰাময় হয়।।

গোলাঘাট জিলাৰ বৰপথাৰস্থিত দুৱৰণী শিৱ মন্দিৰ । ১৯০৭ চনতে স্থাপিত এই মন্দিৰভাগি শিৱভক্তসকলৰ বাবে অতিকে হেঁপাহৰ ঠাই। শিৱসাগ...
21/05/2023

গোলাঘাট জিলাৰ বৰপথাৰস্থিত দুৱৰণী শিৱ মন্দিৰ । ১৯০৭ চনতে স্থাপিত এই মন্দিৰভাগি শিৱভক্তসকলৰ বাবে অতিকে হেঁপাহৰ ঠাই। শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ আৰ্হিত বৰ্তমান এই মন্দিৰভাগিৰ নিৰ্মাণ কাৰ্য্য চলি আছে।

ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই...
13/05/2023

ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে। ভৈৰৱীৰপৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে।।

11/05/2023

Address

Tezpur
784001

Telephone

+919577522492

Website

Alerts

Be the first to know and let us send you an email when Mahabhairab mandir unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Mahabhairab mandir unofficial:

Share

Category