শ্ৰী শ্ৰী নলেশ্বৰ থান, দ-বেছেৰীয়া, তেজপুৰ

  • Home
  • India
  • Tezpur
  • শ্ৰী শ্ৰী নলেশ্বৰ থান, দ-বেছেৰীয়া, তেজপুৰ

শ্ৰী শ্ৰী নলেশ্বৰ থান, দ-বেছেৰীয়া, তেজপুৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শ্ৰী শ্ৰী নলেশ্বৰ থান, দ-বেছেৰীয়া, তেজপুৰ, Hindu temple, Tezpur.

07/05/2026
হে' ভগৱন্তৰ প্ৰিয়মত, নৰ নাৰায়ণৰূপী অমৃত সন্তান বৈষ্ণৱ সুধীজন/সুধী সমাজ; পৰমাত্মাৰ অংশস্বৰূপ আপোনাক/আপোনাৱক পাতনিতে ভক্...
31/03/2026

হে' ভগৱন্তৰ প্ৰিয়মত, নৰ নাৰায়ণৰূপী অমৃত সন্তান বৈষ্ণৱ সুধীজন/সুধী সমাজ; পৰমাত্মাৰ অংশস্বৰূপ আপোনাক/আপোনাৱক পাতনিতে ভক্তিভৰা প্ৰণাম জনোৱা হৈছে নৱবৰ্ষৰ। পৰম কৰুণাময় গোবিন্দৰ কৃপাত ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ থলী পুতস্হান শ্রী শ্রী নলেশ্বৰ থান প্ৰাংগনত চলিত বৰ্ষৰ ২৪,২৫ আৰু ২৬ ব'হাগ, ১৪৩৩ ভাস্কৰাব্দ (৮, ৯ আৰু ১০ মে' ২০২৬ খ্ৰীষ্টাব্দ) শুক্রবাৰ, শনিবাৰ আৰু দেওবাৰে তিনিদিনীয়া কাৰ্য্যক্ৰমণিকাৰে মংগলময় মহাশাস্ত্ৰ "ভাগৱত পাঠ" আৰু "ধর্মালোচনী" সভাৰ পূণ্য আয়োজন কৰা হৈছে। মোহান্ধ মানৱ জীৱনৰ দুর্গতিৰ অৱসান, সমস্যাজৰ্জৰ জনজীৱনৰ দুর্দশাৰ অন্ত পেলোৱাৰ লগতে অনাদিকাললৈ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম ব্ৰহ্মৰ কৃপা প্ৰাপ্তিৰ কামনাৰে আয়োজিত এই মহাযজ্ঞলৈ আপোনাসৱৰ হৰি ভকতক কৰযোৰে আহ্বান জনোৱা হৈছে। আশা কৰা হৈছে এই মাংগলিক অনুষ্ঠান ভাগত আপোনাসৱৰ পদধূলা পোৱাৰ সুযোগ পোৱা হ'ব।

শ্ৰী শ্ৰী নলেশ্বৰ থানৰ সৌন্দৰ্য বৃদ্ধি কাৰণে ফুল ৰোপন কাৰ্যসূচী লোৱা হৈছে 💐💐🌱🌱🌺🌺🪻🪻
22/03/2026

শ্ৰী শ্ৰী নলেশ্বৰ থানৰ সৌন্দৰ্য বৃদ্ধি কাৰণে ফুল ৰোপন কাৰ্যসূচী লোৱা হৈছে 💐💐🌱🌱🌺🌺🪻🪻

Address

Tezpur
784150

Website

Alerts

Be the first to know and let us send you an email when শ্ৰী শ্ৰী নলেশ্বৰ থান, দ-বেছেৰীয়া, তেজপুৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category