02/04/2015
গাজৱা এ হিন্দ মানে কিনো জানোচোন আহক।
গুগুল কৰি পোৱা কথাখিনিৰ ভিতৰত প্ৰথমে এইখিনি পালো। Anti-Indian Muslims believe that Prophet Muhammad has predicted that one day India will be conquered by Mujahideens and all idol-worshippers will be destroyed. Those who will participate in this bloody war will go straight to Heaven. This is called Ghazwa-e-Hind. Mar 16, 2013। মানে পাকিস্থানী বিলাকৰ এক ধৰ্মীয় চিন্তা যে এদিন নহয় এদিন পাকিস্থানৰ মোজাহিদ্দিন নামৰ আতংকৱাদী সংগঠনতোৱে ভাৰতৰ হিন্দু ধৰ্ম ধংশ কৰি ভাৰতখন মুছলমান দেশ বনাব আৰু হিন্দুধৰ্মৰ সকলোখিনি ধংশ কৰা হব। আৰু যি সকল মুছলমানে এই যুদ্ধত অংশগহণ কৰিব সেইবিলাক চিধা স্বৰ্গলৈ যাবলৈ পাব।
এই কথাখিনিৰ পৰা দুটা কথা স্পষ্ট হল যে, পাকিস্থানৰ সপক্ষে থকা যিকোনো মানুহেই দেশ দ্ৰোহী আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতা (secularism) বোলা বস্তুতো অনাগত দিনত শেষ হবগৈ। বাৰু এইবিলাক হবলৈ পালে কেনেকৈ?
এইকথা জানিবৰ বাবে আমি নিজৰ জ্ঞানৰ পৰিসীমা বহাব লাগিব। কেনেকৈ যানেনে? নিজৰ ধৰ্মৰ জ্ঞান বৃদ্ধি কৰি। আমি সেইসকল জাতিত পৰো যি সকলে ধৰ্মক পুৰণি বস্তু বুলি ভাবি নাক কোচাই আৰু এচামে ধৰ্মক অস্ত্ৰ হিচাপে লৈ কাম কৰে। গাজৱে এ হিন্দও এক ধৰ্মীয় যুদ্ধ। পৃথিৱীৰ পৰা হিন্দুধৰ্ম তথা ভাৰতবৰ্ষখন শেষ কৰাৰ লক্ষ্য ৰাখি ধৰ্মৰ আৰে আৰে কৰা এক যুদ্ধ। ইয়াৰ বিষয়ে বিস্তাৰ কে জানো আহক।
The al Qaeda terrorist network is planning final Jihad for India with intelligence reports suggesting terror recruitment drive targeting the nation’s Muslims.
According to the intelligence agencies, al Qaeda is making inroads into India, sowing the seeds of a “final war” across the country, through mobilisation of its resources for jihad.
The ideological goal of the terrorist organization, according to a detailed report is Ghazwa-e-Hind, or the final battle in India.
Ghazwa-e-Hind refers to an indoctrinated view of a final apocalyptic war and the term is used by jihadi circles, even on the web.
http://www.khaama.com/ghazwa-e-hind-al-qaedas-final-jihad-p…
https://www.youtube.com/watch?v=PR_tyS17lOg
ইউটিউবত চাবৰ বাবে,
Al-Qaeda is at the gates, and there are enough jihadis within already.
Intelligence agencies say the terror network is making inroads into India, sowing the seeds of a "final war" across the country.
Information gathered on al-Qaeda's India plans points to a mobilisation of its resources for jihad.
The ideological goal of the group, as detailed in the report, is chilling: Ghazwa-e-Hind, or the final battle in India
http://www.dailymail.co.uk/…/Al-Qaeda-plans-final-jihad-Ind…
আপোনালোকে জনা উচিত যে ভাৰতলৈ আহি থকা বাংলাদেশী সকলো এই যুদ্ধৰ বাবেই আহিছে। কাৰণ যিমানে বেছি সৈনিক সিমানে সহজ জয়। এই কথাখিনি আজিৰ নহয়, কিন্তু আমি কিয় নাজানো? তাৰ কাৰণ এটাই, কংগ্ৰেছৰ ভোট বেংক পলিচি। আৰু তাৰ বাবে এই দেশ খনকো শেষ কৰি পেলাবলৈ কোন্ঠাবোধ নকৰিলে। আৰু আমাৰ মানুহসকলে কি কৰিছে? ২ টকীয়া চাউল, আঠোৱা, কম্ব্ল, মদ, ২০০ টকা, নিজৰ স্বাৰ্থৰ ৰাজনীতিৰ পিছত দৈৰিছে। নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, সভ্যতা আনকি পইছাৰ বাবে একতাৰ দোল দাল চিঙি মোহাৰি নিজৰ মাজতে খোৱা কামোৰা লাগি আছে। এনেকৈ লাগি লাগি এদিন সকলো হেৰুৱাই পেলাবগৈ। নাভাবিব যে পাকিস্থানৰ সন্ত্ৰাস বাদিয়ে আহি আপোনাক মৰমত সোধিব যে আমি আমাৰ ধৰ্মৰ নামত আপোনাক হত্যা কৰিবলৈ আহিছো।
ইয়াকেই নহবৰ বাবে আমি হিন্দুৰাস্ত্ৰ স্থাপনৰ বাবে কাম কৰিবই লাগিব। যদি একত্ৰিত নোহোৱা তেতিয়া সকলো হেৰোৱাবা।
#জাগিলে_হব_নিজৰ_দেশ_নহলে_বাংলাদেশ।
The largest news and information source in Afghanistan