Tamarhat Durga Mandir

Call Directions

Tamarhat Durga Mandir শ্রী শ্রী তামারহাট দুর্গা মন্দির

22/09/2026

ধুবুৰী জিলাৰ ঐতিহাসিক তামাৰহাট দুৰ্গা মন্দিৰ✨

জয় মা দুৰ্গা 🙏
21/09/2026

জয় মা দুৰ্গা 🙏

20/09/2026

স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে ঐতিহ্যমণ্ডিত তামাৰহাট দুৰ্গা মন্দিৰত পদাৰ্পণ কৰা আৰু মন্দিৰভাগ পুনৰ্নিৰ্মাণৰ বাবে যি অৰিহণা আৰু সহায়-সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ।🙏

20/09/2026

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বৰ কিছু বিশেষ মুহূৰ্ত...✨

Glimpses and special moments captured prior to the inauguration ceremony... ✨

19/09/2026

তামাৰহাটৰ ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰৰ প্ৰাংগণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিয়ে, ঐতিহাসিক মন্দিৰভাগৰ লগতে সমগ্ৰ তামাৰহাটবাসীক উৎসাহিত কৰাৰ বাবে তেওঁলৈ আমাৰ অশেষ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।🙏

We extend our heartfelt gratitude and sincere thanks to the Hon'ble Chief Minister of Assam, Dr. Himanta Biswa Sarma, whose presence at the historic Tamarhat Durga Temple premises has immensely encouraged the historic shrine as well as the entire residents of Tamarhat. 🙏

19/09/2026

তামাৰহাট ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰৰ প্ৰাংগণত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।🙏

Hon'ble Chief Minister of Assam, Dr. Himanta Biswa Sarma, present at the historic Tamarhat Durga Temple premises.🙏

​

Address

D. K Road, Tamarhat Durga Mandir
Tamarhat
783332

Telephone

8486303323

Website

Alerts

Be the first to know and let us send you an email when Tamarhat Durga Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share