Sonitpur Bajrang Dal- Assam

Sonitpur Bajrang Dal- Assam বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল শোণিতপুৰ

जय श्री राम 🚩हिंदू साम्राज्य दिवस की हार्दिक शुभकामनाएं आप सभी सनातनियो को🚩छत्रपति शिवाजी महाराज जी की जय 🚩❤️
02/06/2023

जय श्री राम 🚩
हिंदू साम्राज्य दिवस की हार्दिक शुभकामनाएं आप सभी सनातनियो को🚩
छत्रपति शिवाजी महाराज जी की जय 🚩❤️

জয় শ্ৰী ৰামসুচনা:আপোনাক জনাব বিচাৰোঁ যে আগন্তুক অহা '24 জুলাই পৰা 26 জুলাই' লৈ জিলা প্ৰশিক্ষণ বৰ্গ ৰখা হৈছে 24 তাৰিখ  স...
31/05/2023

জয় শ্ৰী ৰাম
সুচনা:
আপোনাক জনাব বিচাৰোঁ যে আগন্তুক অহা '24 জুলাই পৰা 26 জুলাই' লৈ জিলা প্ৰশিক্ষণ বৰ্গ ৰখা হৈছে 24 তাৰিখ সন্ধিয়া 5 বজাত উদঘাটন 26 তাৰিখ ২ বজাত সমাপন ৰখা হৈছে।
১) স্থান- জনাই দিয়া হব।
২) নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ আহিব।
৩) দাইৰী কলম গণ বেশ।
৪) গৰম দিনৰ বিছনা। আঠোৱা।
যোগাযোগ :-
ৰঙাপৰা নগৰ প্ৰখ্ণ্ড সংযুঁজক - প্ৰাঞ্জল চৌধুৰী
99548 14837
তেজপুৰ নগৰ প্ৰখ্ণ্ড সংযুঁজক - পিনটো দে
9127562104
ঢেকীয়াজুলি নগৰ প্ৰখ্ণ্ড সংযুঁজক - বিটো ৰাওঁত
9678587477
সহ সংযোজক-সূৰ্য্য বৰুৱা
9101459863
বি:হি:প: বজৰংগ দল
শোণিতপুৰ জিলা
বৰ্চলা প্ৰখণ্ড সংযোজক - শ্ৰৱণ তাঁতী +919678462922
ঢেকীয়াজুলি পশ্চিম প্রখ্ণ্ড সংযোজক - নাৰায়ণ ব্ৰমহ
9395459173
ঢেকীয়াজুলি পূৰ্ব প্ৰখ্ণ্ড সংযোজক - শান্তনু পতঙীয়া
8876134051
সহ সংযোজক - ৰাজ তাঁতী
শোণিতপুৰ জিলা
86388 11754

05/05/2023

দেশৰ বল💪🚩 বজৰং দল💪🚩
💪🚩জয় জয় শ্ৰী ৰাম💪🚩

16/04/2023

কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ ভনী মণীষা বড়োৰ মৰ্মান্তিক হত্যাকাণ্ডক লৈ যি ঘৃণনীয় ৰাজনীতি কৰিবলৈ অপচেষ্টা কৰিছে তেওঁলোকে অলপ বুজি পাব লাগে যে, যাৰ ঘৰৰ ছোৱালী জনীৰ হত্যা হৈছে তেওঁলোকৰ মনৰ অৱস্থা কি হব পাৰে। সকলোতে কেৱল ৰাজনীতি। কিছসংখ্যক ব্যক্তি ভনী মণীষা বড়োৰ ঘৰত গৈছে সমাজত ৰাজনৈতিক জুই লগাবলৈ। VHP Bajrang Dal কাৰো পৈতৃক সম্পত্তি নহয়। এজন কাৰ্য্যকৰ্তাৰ ভাই এ ঘৃণনীয় কাৰ্য্য কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে বুলিয়েই সকলো কাৰ্য্যকৰ্তাই নিজৰ কৰ্তব্য পালন পাহৰা নাই। এনেস্থলত আমাৰ Bajrangi ভাই সকলক কোনো বহিৰাগত লিডাৰৰ পৰামৰ্শৰ দৰকাৰ নাই। গৌতম কৰৰ লগত ব্যক্তিগত শত্ৰুতা থকাৰ বাবে Bajrang Dal ক বদনাম কৰাৰ চেষ্টা কৰা দুষ্কৃতিকাৰিয়ে জনা উচিত যে, যোৱা তিনি দিন ধৰি গৌতম কৰ হত্যাকাৰীক ধৰাৰ বাবে পুলিচ ক কেনে ধৰণৰ সহযোগিতা কৰি আহিছে।
ঘৰত বহি FB ত Lecture দি ঘৃণনীয় ৰাজনীতি কৰাৰ পৰিবৰ্তে পুলিচ ৰ লগত যোগাযোগ কৰি খবৰ ললেই গম পাব Bajrang Dal ৰ স্থিতি।
জয় শ্ৰী ৰাম।
জয় আই অসম।

মণিচা বড়োৰ মৃত্যুত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল শোণিতপুৰ জিলা সমিতিয়ে গভীৰ শোক-প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰ-শান্...
15/04/2023

মণিচা বড়োৰ মৃত্যুত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল শোণিতপুৰ জিলা সমিতিয়ে গভীৰ শোক-প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰ-শান্তি কামনা কৰি,দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা লৈ শাস্ত্ৰী দিবলৈ প্ৰশাসনৰ ওচৰত, শোণিতপুৰ জিলা সমিতিৰ তৰফৰপৰা দাবী জনাইছোঁ আৰু মণিচা বড়োৰ‌ শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন জনালোঁ।
ওঁ শান্তি 🙏🙏

31/03/2023
31/03/2023
Jay Shree Ram 🚩Surja Baruah, Bajrang Dal Sonitpur District Saha Sanyojak won gold medal at hummer throwing at Assam Mast...
13/12/2022

Jay Shree Ram 🚩
Surja Baruah, Bajrang Dal Sonitpur District Saha Sanyojak won gold medal at hummer throwing at Assam Master's Athletics held at Bokaghat . We congratulate him and wishes him for a great future ❤️
Desh Kal Bal ❤️
Bajrang Dal 🚩

Address

Sonitpur
Sonitpur District
784110

Website

Alerts

Be the first to know and let us send you an email when Sonitpur Bajrang Dal- Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share