Jagannath Mandir, Pub-Sitara,Rangia

Jagannath Mandir, Pub-Sitara,Rangia one of the most popular temple in Assam.

শ্ৰী শ্ৰী জগন্নাথ ও বুঢ়াগোহাঁই থানৰ আনুগত্য স্বীকাৰ কৰি আজীৱন সদস্য পদ গ্ৰহণ কৰা শ্ৰীযুত দীপেন্দ্ৰ লহকৰ আৰু শ্ৰীযুত নবী...
23/08/2023

শ্ৰী শ্ৰী জগন্নাথ ও বুঢ়াগোহাঁই থানৰ আনুগত্য স্বীকাৰ কৰি আজীৱন সদস্য পদ গ্ৰহণ কৰা শ্ৰীযুত দীপেন্দ্ৰ লহকৰ আৰু শ্ৰীযুত নবীন তালুকদাৰৰ লগতে বাৰ্ষিক সদস্য গ্ৰহন কৰা সদস্যা শ্ৰীযুতা সীমা দাস আৰু সদস্য শ্ৰীযুত কৈলাশ পাঠক ডাঙৰীয়াক থান পৰিচালনা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ আৰু তেখেতসকলৰ সু স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।

28/07/2023
শ্ৰী শ্ৰী জগন্নাথ ও বুঢ়াগোহাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ ডাঙৰীয়াক অশেষ ধন্যবাদ। যিটো ...
30/06/2023

শ্ৰী শ্ৰী জগন্নাথ ও বুঢ়াগোহাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ ডাঙৰীয়াক অশেষ ধন্যবাদ। যিটো পোহৰে মন্দিৰৰ প্ৰাঙ্গন উজ্বলাই তুলিছে তেনেদৰে মহাপ্ৰভু জগন্নাথে‌ পৌৰপতি ডাঙৰীয়াৰ গোটেই জীৱন পোহৰাই তোলক ।জয় জগন্নাথ 🚩🚩🚩🚩

কাইলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ।
30/06/2023

কাইলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ।

আজি দিনৰ ২:৩০ বজাত মহাপ্ৰভু জগন্নাথৰ উভতনি যাত্ৰাত সকলোকে নিমন্ত্ৰণ জনালোঁ। আহক আমি সকলোৱে এই বৃহৎ যাত্ৰাৰ সমভাগি হৈ জগন...
28/06/2023

আজি দিনৰ ২:৩০ বজাত মহাপ্ৰভু জগন্নাথৰ উভতনি যাত্ৰাত সকলোকে নিমন্ত্ৰণ জনালোঁ। আহক আমি সকলোৱে এই বৃহৎ যাত্ৰাৰ সমভাগি হৈ জগন্নাথৰ ওচৰত সকলোৰে মংগল কামনা কৰো।

21/06/2023

২০ জুন,২০২৩ ইং তাৰিখ মঙ্গলবাৰে ৰঙিয়াৰ পূৱ- সীতাৰাত স্থাপন কৰা জগন্নাথ মন্দিৰত অনুষ্ঠিত জগন্নাথ মহাপ্ৰভুৰ বৃহৎ ৰথ যাত্ৰাৰ কিছু দৃশ্যাংশ ।

৪জুন,২০২৩ তাৰিখ ৰবিবাৰে হৈ যোৱা জগন্নাথ পূৰ্ণ স্নান যাত্রা অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন ঠাইত ভোগ বিতৰণ কৰা দৃশ্য।২০ জুন,২০২...
16/06/2023

৪জুন,২০২৩ তাৰিখ ৰবিবাৰে হৈ যোৱা জগন্নাথ পূৰ্ণ স্নান যাত্রা অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন ঠাইত ভোগ বিতৰণ কৰা দৃশ্য।

২০ জুন,২০২৩ মঙ্গলবাৰে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, পূৱ-সীতাৰা, ৰঙিয়াত অনুষ্ঠিত ৰথ যাত্ৰা মহোৎসৱটোত আপোনালোকৰ উপস্থিতি,দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰি নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ।

ৰথ যাত্ৰালৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি,দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল।
13/06/2023

ৰথ যাত্ৰালৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি,দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

Address

Pub-Sitara
Rangia

Website

Alerts

Be the first to know and let us send you an email when Jagannath Mandir, Pub-Sitara,Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category