Bajrang Dal Rangapara Assam

Bajrang Dal Rangapara Assam Bajrang Dal is established to save hinduism and our culture. Jai shree ram. Jai Hindutwa. Join Bajrang dal

Today Visited the Flood affected area of Balipara and fed the Gau Mata with their daily intake food . Jai shree ram 🚩🚩Ja...
20/06/2022

Today Visited the Flood affected area of Balipara and fed the Gau Mata with their daily intake food .
Jai shree ram 🚩🚩
Jai Gau Mata 🙏🚩

20/02/2022
08/10/2020
🚩On the Ocassion of 36th Bajrang Dal Foundation day , Rangapara Bajrang Dal, Borjullie Bajrang Dal, Phulbari Bajrang Dal...
08/10/2020

🚩On the Ocassion of 36th Bajrang Dal Foundation day , Rangapara Bajrang Dal, Borjullie Bajrang Dal, Phulbari Bajrang Dal and Balipara Bajrang Dal celebrated by lighting Diya in Hanuman Mandir.🚩
🚩BHARAT MATA KI JAI🚩
🚩JAI SHREE RAM 🚩
🚩JAI HINDURASTRA 🚩

08/10/2020

🚩जय श्री राम।🚩
1984, 8 अक्टूबर के दिन बजरंग दल का जन्म हुआ था। इसके तीन उदेस्य हैं सेवा सुरक्षा और संस्कार। बजरंग दल का जन्म राम जानकी यात्रा के दौरान हुआ था। जब पुलिस सरकार सबने मना कर दिया था इस यात्रा के लिए और इसे सुरक्षा देने के लिए तब प्रभु राम जी के कृपा से बहुत सारे युवक निकल कर आय थे इसके सुरक्षा के लिए और उन्होंने कहा कि राम जानकी यात्रा निकलेगी और इसे हम सुरक्षा देंगे। और जब रथ यात्रा निकली तब सबके मुंह में एक ही नारा था "राम लला हम आएंगे, मंदिर वहीं बनायेगें"। और प्रभु की कृपा से अब राम मंदिर भिन निर्माण हो रहा हैं। अब हम कहते हैं "नन्द लला हम आएंगे, मंदिर वहीं बनायेगें"। जय श्री राम। अंत में सभी को प्रतिष्ठा दिवस की हार्दिक शुभकामनाए।
देश का बल बजरंग दल।
🚩जय श्री राम।🚩
🚩भारत माता की जय।🚩

🚩🚩জয় শ্ৰী ৰাম 🚩🚩বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে ঢেঁকীয়াজুলিৰ সমূহ বজ...
23/09/2020

🚩🚩জয় শ্ৰী ৰাম 🚩🚩

বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে ঢেঁকীয়াজুলিৰ সমূহ বজৰংগী সতীৰ্থবৃন্দৰ উপস্থিতিত বাতাচিপুৰত খণ্ড কমিটী গঠন কৰা হয় |
সমূহ বজৰংগী সেনানীলৈ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলো |🙏🏻🙏🏻🙏🏻
জয় আই অসম ❣️
ভাৰত মাতা কি জয় ❣️

🚩🚩জয় শ্ৰী ৰাম 🚩🚩আজি বিশ্ব হিন্দু পৰিষদ🚩 বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত  লগতে ৰাঙাপাৰা প্ৰখণ্ডৰ ...
06/09/2020

🚩🚩জয় শ্ৰী ৰাম 🚩🚩

আজি বিশ্ব হিন্দু পৰিষদ🚩 বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত লগতে ৰাঙাপাৰা প্ৰখণ্ডৰ আৰু বৰজুলী খণ্ড সমূহ বজৰংগী সতীৰ্থবৃন্দৰ উপস্থিতিত সংঘটনি আলোচনাৰ মাজেৰে কিছুমান ছবি

🚩🚩জয় শ্ৰী ৰাম 🚩🚩"সৰ্বহিন্দু সমভাৱ " আজি বিশ্ব হিন্দু পৰিষদ🚩 বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু ...
06/09/2020

🚩🚩জয় শ্ৰী ৰাম 🚩🚩

"সৰ্বহিন্দু সমভাৱ "

আজি বিশ্ব হিন্দু পৰিষদ🚩 বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে ৰাঙাপাৰা প্ৰখণ্ডৰ সমূহ বজৰংগী সতীৰ্থবৃন্দৰ উপস্থিতিত ৰাঙাপাৰাৰ অন্তৰ্গত ফুলবাৰী খণ্ড কমিটি গঠন কৰা হয় |
সমূহ বজৰংগী সেনানীলৈ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলো |🙏🏻🙏🏻🙏🏻

🚩🚩জয় শ্ৰী ৰাম 🚩🚩বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে তেজপুৰৰ সমূহ বজৰংগী ...
30/08/2020

🚩🚩জয় শ্ৰী ৰাম 🚩🚩

বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে তেজপুৰৰ সমূহ বজৰংগী সতীৰ্থবৃন্দৰ উপস্থিতিত তেজপুৰ জাহাজঘাট খণ্ড কমিটি গঠন কৰা হয় |
সমূহ বজৰংগী সেনানীলৈ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলো |🙏🏻🙏🏻🙏🏻

🚩🚩জয় শ্ৰী ৰাম 🚩🚩বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে তেজপুৰৰ সমূহ বজৰংগী ...
30/08/2020

🚩🚩জয় শ্ৰী ৰাম 🚩🚩

বিশ্ব হিন্দু পৰিষদ বজৰংগদল শোনিতপুৰ জিলাৰ জেষ্ঠ বজৰংগী দাদা সকলৰ উপস্থিতিত আৰু লগতে তেজপুৰৰ সমূহ বজৰংগী সতীৰ্থবৃন্দৰ উপস্থিতিত তেজপুৰ প্ৰখণ্ড ৰ পাচঁমাইল পূৰ্বাঞ্চল খণ্ড কমিটীৰ গঠন কৰা হয় |
সমূহ বজৰংগী সেনানীলৈ আন্তৰিক অভিন্দন জ্ঞাপন কৰিলো |🙏🏻🙏🏻🙏🏻

Address

Rangapara
784505

Website

Alerts

Be the first to know and let us send you an email when Bajrang Dal Rangapara Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share