আমাৰ বদতি জামুগুৰি

আমাৰ বদতি জামুগুৰি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আমাৰ বদতি জামুগুৰি, Religious organisation, North Lakhimpur.

02/09/2026
মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকাক লৈ তীব্ৰ আপত্তি!২৫ নং ডিক্ৰং সমষ্টিৰ ৩৪ নং জামুগুৰি প্ৰাথমিক বিদ্যালয় কে...
30/08/2026

মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকাক লৈ তীব্ৰ আপত্তি!
২৫ নং ডিক্ৰং সমষ্টিৰ ৩৪ নং জামুগুৰি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰৰ খচৰা তালিকা বাতিলৰ দাবী স্থানীয় ৰাইজৰ।
ৰাইজৰ অভিযোগ: কেন্দ্ৰটো পৰিষদৰ অধিসূচিত এলেকাৰ বাহিৰত আৰু তালিকাত অ-মিচিং ভোটাৰ অন্তৰ্ভুক্ত।
নিৰ্বাচন পঞ্জীয়ন বিষয়াক ক্ষেত্ৰভিত্তিক তদন্তৰ দাবী।

হৰ কমাৰ খ্যাত হৰকান্ত বৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিলোঁ৷
27/08/2026

হৰ কমাৰ খ্যাত হৰকান্ত বৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিলোঁ৷

বিহপুৰীয়াৰ বৰগুৰিৰ নিবাসী হৰকান্ত বৰাৰ বিয়োগ ।
দক্ষিণ বিহপুৰীয়াত গভীৰ শোক ।

নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী(অসমীয়া) তথা জামুগুৰি গাৱঁৰ জীয়ৰী,বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ...
14/08/2026

নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী(অসমীয়া) তথা জামুগুৰি গাৱঁৰ জীয়ৰী,বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী শ্ৰী যুতা ইন্দু দত্তৰ বিদায় সম্বৰ্দ্ধনা সভা ৷

নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী যুত গোপাল চন্দ্ৰ শইকীয়া দেৱৰ ৮৫ সংখ্যক জন্ম দিন উদযাপনৰ সভা৷
01/08/2026

নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী যুত গোপাল চন্দ্ৰ শইকীয়া দেৱৰ ৮৫ সংখ্যক জন্ম দিন উদযাপনৰ সভা৷

Address

North Lakhimpur
784162

Website

Alerts

Be the first to know and let us send you an email when আমাৰ বদতি জামুগুৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share