Sri Sri Doulgovinda Mandir

Sri Sri Doulgovinda Mandir Situated on the northern bank of the mighty Brahmaputra, the temple of Shri Shri Doul Govinda at North Guwahati is one of the most revered shrines of Lord

দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিত  প্ৰায় চাৰি দশক সেৱা আগবঢ়াই অহা শ্ৰী পুলিন বৰকাকতীৰ যোৱা ২৬ মাৰ্চ, ২০২৬ তাৰিখ বৃহস...
28/03/2026

দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিত প্ৰায় চাৰি দশক সেৱা আগবঢ়াই অহা শ্ৰী পুলিন বৰকাকতীৰ যোৱা ২৬ মাৰ্চ, ২০২৬ তাৰিখ বৃহস্পতিবাৰে ৰোগগ্ৰস্থ হৈ ৬৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেত মন্দিৰ পৰিচালনা সমিতিৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল। তেখেতৰ মৃত্যুত মন্দিৰে এজন প্ৰকৃত সেৱক হেৰুৱালে।

দৌল উৎসৱ ২০২৬ৰ সফল পৰিসমাপ্তিৰ কিছু দৃশ্য।
07/03/2026

দৌল উৎসৱ ২০২৬ৰ সফল পৰিসমাপ্তিৰ কিছু দৃশ্য।

07/03/2026
With divine blessings and immense joy, the sacred festival of colours Doul Utsav 2026 will be celebrated at Mahaprabhu S...
21/02/2026

With divine blessings and immense joy, the sacred festival of colours Doul Utsav 2026 will be celebrated at Mahaprabhu Sri Sri Doul Govinda Mandir, Rajaduar, North Guwahati, from 2nd March 2026 (Monday) to 6th March 2026 (Friday) with traditional religious rituals, devotional programmes, and cultural events.
On this auspicious occasion, we humbly request all devotees, well-wishers, and members of the public to extend their wholehearted cooperation and participation for the smooth and successful celebration of this grand spiritual festival. Your presence and support through active involvement will help uphold our sacred traditions and strengthen the spirit of devotion, harmony, and community togetherness.
We warmly invite you along with your family and friends to be a part of this holy celebration and seek the divine blessings of Mahaprabhu.
With sincere regards,
Sri Sri Doul Govinda Mandir Parichalana Samity
Rajaduar, North Guwahati
Website: www.doulgovinda.org

11/04/2025

দৌলগোবিন্দ মন্দিৰৰ সমূহ ভক্তক জনোৱা হ'ল যে বিশেষ ধৰ্মীয় পৰম্পৰাৰ বাবে অহা ১ বহাগ, ইং ১৫ এপ্ৰিল, ২০২৫ মঙ্গলবাৰে দৌলগোবিন্দ মন্দিৰৰ প্ৰসাদ দিনৰ ১১ বজাৰ পৰিবৰ্তে ১ বজাত বিতৰণ কৰা হ'ব।

বহু বছৰ ধৰি একনিষ্ঠ ভাৱে দৌলগোবিন্দ মন্দিৰত পৰিচালিকৰ দায়িত্ব পালন কৰি আহা নিৰুল বৰুৱা বাইদেউৰ আজি পূৱা আকস্মিক বিয়োগত...
10/04/2025

বহু বছৰ ধৰি একনিষ্ঠ ভাৱে দৌলগোবিন্দ মন্দিৰত পৰিচালিকৰ দায়িত্ব পালন কৰি আহা নিৰুল বৰুৱা বাইদেউৰ আজি পূৱা আকস্মিক বিয়োগত আমি মৰ্মাহত হ'লো। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

08/04/2025

প্রেছ বিজ্ঞপ্তি

শ্রীশ্রী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মহাপ্ৰভুৰ ভক্তসবক জনাব বিচাৰো যে অহা ইং ১৫ এপ্রিল, ১ বহাগ মঙ্গলবাৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্র ভাগৱত আৰু মহাপ্রভুক বস্ত্রদান তথা মহাবাহু ব্রহ্মপুত্ৰত পৰম্পৰাগত ভাবে কৰি অহা ৰাজহুৱা স্নানৰ পিচত, গতানুগতিক দিনৰ ১০-৩০ বজাত ভোগ উচৰ্গা কৰাৰ পৰিবৰ্তে দিনৰ ১২-৩০ বজাত ভোগ উচৰ্গা কৰা হ'ব। মন্দিৰৰ প্ৰচলিত বিধি সম্মত নিয়ম অনুযায়ী মহাপ্রভুক ভোগ উচৰ্গা কৰাৰ পিচত ভক্তসৱৰ মাজত ভোগ বিতৰণ কৰা হয়। সেয়ে উক্ত দিনটোত দিনৰ ১ বজাত ভোগ বিতৰণ কৰা হ'ব।

যিসকল ভক্তই মহাপ্ৰভুৰ আশীষ বিচাৰি অসমীয়া নৱবৰ্ষৰ দিনটোত ভোগ-প্রসাদ আদি মহাপ্ৰভুৰ শ্রীচৰণত অর্পন কৰিব বিচাৰে, সেই সকলক ওপৰোক্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনালোঁ। মন্দিৰৰ পৰম্পৰা, ৰীতি নীতি পালনৰ বাবে কৰণীয় বিধিগত ধর্মীয় কার্য সম্পাদন কৰাত মহাপ্ৰভুৰ ভক্তসৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ।

(শ্রী পবিত্র বৰুৱা)
প্রধান সম্পাদক প্রশাসন
শ্রীশ্রী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতি

Join us for the vibrant celebration of DOUL UTSAV 2025 – The Festival of Colors, at the sacred Sri Sri Doulgovinda Templ...
09/02/2025

Join us for the vibrant celebration of DOUL UTSAV 2025 – The Festival of Colors, at the sacred Sri Sri Doulgovinda Temple in Rajaduar, North Guwahati. Experience the rich blend of devotion and culture through five days of inspiring religious and cultural programs, taking place from March 13 to March 17, 2025. We warmly invite you to be a part of this joyous occasion and immerse yourself in the festivities!

সাদৰ সম্ভাষন গ্ৰহণ কৰিব। আন আন বছৰৰ দৰে এই বছৰো মহাপ্রভু শ্ৰীশ্ৰীদৌলগোবিন্দ মন্দিৰৰ “দৌল উৎসৱ ২৫” অহা ২৮ ফাগুণ, ১৪৩১ ভাস্কৰাব্দ ( ইংৰাজী ১৩ মাৰ্চ, ২০২৫ চন) বৃহস্পতি বাৰৰ পৰা ৩ চ’ত, ১৪৩১ ভাস্কৰাব্দ ( ইংৰাজী ১৭ মাৰ্চ, ২০২৫ চন) সোমবাৰলৈ পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰিবলৈ মনস্থ কৰা হৈছে। এই উৎসৱ ফাগুন মাহৰ শুক্লা চতুৰ্দ্দশী তিথিত মেষদাহ পৰ্বৰে শুভ আৰম্ভ হৈ চ'ত মাহৰ কৃষ্ণা তৃতীয়া তিথিত ধর্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব।
তদুপলক্ষে আপোনাক সপৰিয়ালে, স-বান্ধবে উৎসৱৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি দৌল উৎসৱটি সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা ৰাখিলোঁ
শ্ৰদ্ধাৰে—
শ্ৰীশ্ৰী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতি

10/05/2024

Address

Rajaduar
North Guwahati
781030

Alerts

Be the first to know and let us send you an email when Sri Sri Doulgovinda Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Sri Sri Doulgovinda Mandir:

Share