Agninav Shiv Mandir

Agninav Shiv Mandir Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Agninav Shiv Mandir, Hindu temple, agninav Shiv Mandir nazira, Nazira.

সু প্ৰভাত/ সকলোৱে মনোকামনা সিদ্ধি হ‌ওক। পৰিয়াল আৰু ৰাইজৰ সুখ-শান্তিৰ বাবে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা লৈছোঁ। 🙏🕉️🌺
04/04/2026

সু প্ৰভাত/ সকলোৱে মনোকামনা সিদ্ধি হ‌ওক। পৰিয়াল আৰু ৰাইজৰ সুখ-শান্তিৰ বাবে পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা লৈছোঁ। 🙏🕉️🌺

01/04/2026
অগ্নিনাভ মন্দিৰ যোগাযোগৰ 7093713582মহা শিৱৰাত্ৰি বাবে মুকলি কৰা হৈছে
14/02/2026

অগ্নিনাভ মন্দিৰ যোগাযোগৰ 7093713582
মহা শিৱৰাত্ৰি বাবে মুকলি কৰা হৈছে

অগ্নিনাভ মন্দিৰ যোগাযোগৰ 7093713582মহা শিৱৰাত্ৰি বাবে মুকলি কৰা হৈছে
14/02/2026

অগ্নিনাভ মন্দিৰ যোগাযোগৰ 7093713582
মহা শিৱৰাত্ৰি বাবে মুকলি কৰা হৈছে

10/02/2026

অগ্নিনাভ মন্দিৰৰ যোগাযোগৰ নম্বৰ
1)7093713582(WhatsApp)
2) 8977145812(WhatsApp)

বিশেষ অনুৰোধ আৰু জানিবলগীয়া
১)কেৱল পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজাৰ ভিতৰতহে কৰিব।
২)অগ্নিনাভ মন্দিৰত ব্যক্তিগত ভাৱে বন্তি দিয়া নহয় কেৱল বৰ চাঁকিত তেল দিয়া হয়।
৩) অগ্নিনাভ মন্দিৰত ঘৰৰ পৰা লৈ অনা বুট মগুৰ প্ৰসাদ লোৱা ব্যৱস্হা নাই। যদি ইচ্ছা কৰে মন্দিৰত আহি শৰাই মূল্য দি শৰাই আগ বঢ়াব পাৰে। ইয়াত কোনো বাধ্য বাধকতা নাই।

৪) অগ্নিনাভ মন্দিৰত প্ৰতিজন ভক্তৰ মঙ্গলৰ অৰ্থে এখন ৰাজহুৱা ভাৱে শৰাই দিয়া হয় তাত প্ৰতিজন ভক্তই অনলাইন যেগেও সেৱা লৱ পাৰিব আৰু মন্দিৰত উপস্হিত থাকিও অন্তৰৰ পৰা সেৱা লৱ পাৰিব। কেৱল ভক্তি ভাৱ জাগ্ৰত কৰি সেৱা লওক। বহুত ভক্তই সফল হৈছে এইদৰে।
৫) অগ্নিনাভ মন্দিৰ প্ৰতি বুধবাৰ আৰু শণিবাৰে বন্ধ থাকে।
৬) মন্দিৰ খোলাৰ সময় পূৱা ৮বজাত আৰু বন্ধ কৰা সময় বিয়লি৩ বজাত।
৭) ৰাজহুৱা বন্তিৰ সময় পুৱা ১১ বজাত।
৮) শৰাই উসৰ্গা দিনৰ ১ বজাৰ পিছত।

আশা কৰিছোঁ অগ্নিনাভ বাবায়ে আপোনাৰ মনোকামনা সিদ্ধি কৰিব। ধন্যবাদ🙏🏻

--------------------------------------

জয় জয় সদা শিৱ
হৃদয়ৰে বন্তিগছি তোমাৰ নামত অৰ্পিলো
ধূপে দিপে শৰাইখনি তোমাৰ নামত উসৰ্গিলো
জানো প্ৰভু কৰিবা গ্ৰহণ

জয় জয় সদাশিৱ
নাম ল'লা অগ্নিনাভ
দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ
ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।।

কোনোজনে কাতৰ কৰি
তোমাক যদি পূজা কৰে
জানো প্ৰভু কৰিবা গ্ৰহণ

ভক্তজনে ভক্তিভাৱে
তোমাক যদি সেৱা কৰে
জানো প্ৰভু কৰিবা গ্ৰহণ

ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।।

তুমি যদি দয়া কৰা
দাস বুলি কৃপা কৰা
তোমাৰ গুণৰ মহিমা অপাৰ
তোমাৰ নামে তোমাক পূজিম
জগততে বিলাই ফুৰিম
জানো প্ৰভু দিবানে দৰ্শন
ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।
ঔঁম নমঃ শিৱায় ।।
--------------------------------------
পুৱাৰ প্ৰাৰ্থনাভাগ 🙏

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম
মায়া শয্যা মাজে আছয় ঘুমতি যায়।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম
আমি অচেতন দিয়োক নাথ জগাই॥
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কৃপে জীৱ আছে পৰি
কাল- সৰ্পে দংশি হৰিল চেতন তাৰ॥
মোক্ষ ৰুপ তযু বাক্যামৃত কৃপায় সিঞ্চিলা প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ॥
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড় কন্ধ

Address

Agninav Shiv Mandir Nazira
Nazira
785684

Website

Alerts

Be the first to know and let us send you an email when Agninav Shiv Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category