বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ

  • Home
  • India
  • Nalbari
  • বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ

বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱলৈ আপোনাক স্বাগতম।আপুনি সভা মহোৎসৱৰ সকলো খবৰ পেজত পাব।

26/01/2026

সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিলোঁ।

09/01/2026
22/11/2025

৪২ সংখ্যক বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দেবা গীতজ সকলো ৰাইজৰ উপস্থিতি বিনম্ৰতৰে কামনা কৰিলো ।
ধন্যবাদ ।

20/11/2025

শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে ১৮,১৯,আৰু ২০ মাঘ (ইং ১,২,আৰু ৩ ফেব্ৰুৱাৰী ২০২৬) তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ খন উদযাপন কৰিবলৈ ওলাইচো সেয়েহে সমূহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিলো ।
প্ৰথম দিনৰ বিশেষ অনুষ্ঠান গৰখীয়া সেৱা ।

সেৱাৰে
বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱপৰিচালনা সমিতি ।

With Jyotipall specifics – I'm on a streak! I've been a top fan for 3 months in a row. 🎉
13/06/2025

With Jyotipall specifics – I'm on a streak! I've been a top fan for 3 months in a row. 🎉

18/02/2025



৪১ সংখ্যক বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ ৰ প্ৰথম দিনৰ অনুস্থানৰ ছবি ।
12/02/2025

৪১ সংখ্যক বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ ৰ প্ৰথম দিনৰ অনুস্থানৰ ছবি ।

শ্ৰদ্ধাৰ ৰাইজ নমস্কাৰ গ্ৰহন কৰিব । আপোনালোকক জনাবলৈ পাই আমি সুখি হৈছো যে বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ খন ...
28/01/2025

শ্ৰদ্ধাৰ ৰাইজ নমস্কাৰ গ্ৰহন কৰিব । আপোনালোকক জনাবলৈ পাই আমি সুখি হৈছো যে বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ খন অহা ১২/১৩/১৪ ফেব্ৰুৱাৰীত অনুস্থিত হৱ । সকলো ৰাইজৰে সহায় সহযোগ তথা উপস্থিতি বিনম্ৰতাৰে কামনা কৰিলো ।

ধন্যবাদেৰে
বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ পৰিচালনা সমিতি ।


Address

Barbhagjari, Nalbari Asssam
Nalbari
781340

Alerts

Be the first to know and let us send you an email when বৰভাগজাৰী বাইৰাপিতা থানৰ ৰাজহুৱা সভা মহোৎসৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share