বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা- ফৰেষ্ট অফিচ, নলবাৰী

  • Home
  • India
  • Nalbari
  • বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা- ফৰেষ্ট অফিচ, নলবাৰী

বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা- ফৰেষ্ট অফিচ, নলবাৰী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা- ফৰেষ্ট অফিচ, নলবাৰী, Religious organisation, Forest office, Nalbari.

🕉️ শ্ৰী শ্ৰী দুৰ্গা দেৱ্যৈ নম: 🕉️ঊনবিংশতিতম বাৰ্ষিক বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈ শাৰদীয়...
28/09/2025

🕉️ শ্ৰী শ্ৰী দুৰ্গা দেৱ্যৈ নম: 🕉️

ঊনবিংশতিতম বাৰ্ষিক বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈ শাৰদীয় শুভেচ্ছা যাচিলোঁ॥
২৮ ছেপ্টেম্বৰৰ পৰা ০২ অক্টোবৰলৈ, ধৰ্মীয় ৰীতি নিয়ম তথা বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলিও বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাখন পালন কৰা হ'ব॥

শাৰদীয় দুৰ্গোৎসৱৰ এই ক্ষণত সমূহ ধৰ্মপ্ৰান ৰাইজৰ উপস্থিতিৰ লগতে দিহা- পৰামৰ্শ আৰু সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো॥

14/10/2024
মা দুৰ্গাক লৈ শোভাযাত্ৰা আৰু বিসৰ্জন
13/10/2024

মা দুৰ্গাক লৈ শোভাযাত্ৰা আৰু বিসৰ্জন

সেন্দুৰ খেল
13/10/2024

সেন্দুৰ খেল

12/10/2024

সন্ধ্যাআৰতি

অষ্টাদশ বাৰ্ষিক বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাত মহানৱমীৰ দিনা আয়োজন কৰা  উৰুলি, শঙ্খ ধ্বনি আৰু আৰতি প্ৰতিযোগিতাৰ পুৰষ্কা...
12/10/2024

অষ্টাদশ বাৰ্ষিক বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজাত মহানৱমীৰ দিনা আয়োজন কৰা উৰুলি, শঙ্খ ধ্বনি আৰু আৰতি প্ৰতিযোগিতাৰ পুৰষ্কাৰপ্ৰাপ্ত সকল॥

বিজয়া দশমী পূজা ও অপৰাজিতা পূজা
12/10/2024

বিজয়া দশমী পূজা ও অপৰাজিতা পূজা

আৰতি প্ৰতিযোগিতা
12/10/2024

আৰতি প্ৰতিযোগিতা

Address

Forest Office
Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা- ফৰেষ্ট অফিচ, নলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share