Rangaloo Ejtima

Directions Website
16/09/2026
07/02/2026

ৰাঙলু ইজতেমাৰ দোৱা দেওবাৰে 11টা বজাত অনুষ্ঠিত হব ইনশ্বা আল্লাহ।

06/02/2026

ৰাঙলু ইজেমাৰ জুম্মাৰ নামাজৰ দৃশ্য ৬ ফেব্ৰুৱাৰী ২০২৬ ৷

04/02/2026

ৰাঙলু ইজতেমাৰ উন্নয়নৰ বৰ্তমানলৈকে এইখিনি কাম আগবাঢ়িছে। ৰাঙলু ইজতেমা ৬-৮ ফেব্ৰুৱাৰী ২০২৬.

04/02/2026

অহা ইং ৬ ৭ আৰু ৮ ফ্ৰেব্ৰুৱাতী ত মধ্য অসমৰ নগাওঁ ৰাঙলুত অনুস্থিত হব সৰ্ববৃহৎ ইজতেমা।মাজত মাথো দুটা দিন।তাৰ মাজতে সামাজিক মাধম্যত বিয়পি পৰিছে এক উৰা বাতৰি।উল্লেখ্য যে কংগ্ৰেছ সাংসদ গৌৰব গগৈ য়ে এই ইজতেমা লৈ নগদ ৫ লক্ষধিক্ষ টকা সাহায্য তথা বিশিষ্ট ব্যক্তি হিচাপে ইজতেমালৈ নিমন্ত্ৰন পোৱা খবৰ টোৱে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।এই ভুৱা খবৰ টো বিয়পি পৰাত
আজি ৰাঙলু ইজতেমাৰ আয়োজক সমিটিয়ে মানি লব পৰা নাই।জানিব পৰা মতে সাংসদ গৌৰব গগৈৰ পৰা ৫ লক্ষধিক টকা সাহায্য দিয়াটো পাছৰে কথা তেওঁক উক্ত ইজতেমাই নিমন্ত্ৰন জনোৱা নাই আয়োজক সমিটিয়ে।কি কাৰনত কোনে এই ভুল ৰ্বাতা সামাজিক মাধ্যমত বিয়পি পৰিছে তাকে লৈ সকলোৱে আচৰিত হৈ পৰিছে।এনে ধৰনৰ ভুল বাৰ্তা আৰু ধৰ্মীয় কায্যকলাপত আঘাত হানি পৰিশেষ বিনষ্ট কৰাৰ বাবে সকলোৱে ধিৰ্কাৰ দিছে সাংসদ গৰাকীক । কোনে কি কাৰনত এনে ভুল তথ্য প্ৰচাৰ কৰিলে তাকে লৈ চিন্তিত সচেতন মহল।এনে কায্যক বিৰোধ কৰি অৱশেষত আৰক্ষীৰ কাষ চাপিছে আয়োজক সমিটিয়ে।

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Rangaloo Ejtima posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share