17/09/2022
শঙ্কৰ স্বৰূপে হৰি নিজ অংশে অৱতাৰী
ভকতি প্ৰদীপ লগাই থৈলা ।
মাধৱ স্বৰূপে হৰি তাতে তৈল বন্তি জুৰি
অজ্ঞান আন্ধাৰ দুৰ কৈলাস ।।
আজি মাধৱদেৱ গুৰুজনাৰ তিথি উপলক্ষে সহস্ৰ কোটি প্ৰণিপাত জনাইছো ।