Puranigudam durga puja

Puranigudam durga puja World famous durga puja This puja has been observing since 1885 .

27/09/2025
26/09/2025

জুবিন দা বিহীন নিয়ৰ সিক্ত সেমেকা শাৰদীয় নিশা .....

21/09/2025

পুৰণিগুদাম দুৰ্গা পূজা মণ্ডপত আজিসন্ধিয়া ৫.৩০ বজাত সকলো কৰ্মকৰ্তা আৰু সদস্য, স্থানীয় ব্যক্তি তথা গোপিনী সকলৰ উপস্থিতি কামনা কৰা হ'ল ৷ ঘোষা এটি পৰিবেশন কৰাৰ লগতে মণ্ডপ চৌহদত বন্তি প্ৰজ্বলন কৰা হব ৷
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মহালয়াৰ বাকী সকলো ধৰণৰ কাৰ্সূচী বাতিল কৰা হৈছে ইতিমধ্যে ৷ ধন্যবাদৰে -সভাপতি/সম্পাদক

২০ ছেপ্তেম্বৰৰ  সন্ধিয়া জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷আজি মহালয়াৰ পুৱা ভাগৰ সকলো কাৰ্য্যসূচী বাতিল কৰা হয়।  ...
21/09/2025

২০ ছেপ্তেম্বৰৰ সন্ধিয়া জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷

আজি মহালয়াৰ পুৱা ভাগৰ সকলো কাৰ্য্যসূচী বাতিল কৰা হয়।

মহালয়াৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হব ৷

Address

NH-37
Nagaon

Alerts

Be the first to know and let us send you an email when Puranigudam durga puja posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category