13/03/2026
🔹সত্ৰ দৰ্শন
🔹 সুদূৰ ঢকুৱাখনাৰ পৰা অহা দৰ্শনাৰ্থীৰ দলে শ্ৰীশ্ৰী নৰোৱা কুজিসত্ৰ দৰ্শন কৰি প্ৰভু গোৱিন্দ গোঁসাইৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়
🔹সত্ৰৰ প্ৰাচীন সম্পদ সংগ্ৰাহালয় দৰ্শন কৰি সাঁচিপতীয়া পুথি, ৰামশিলা, গুৰু কৰণি, গুৰুৰ পাদুকা দৰ্শন কৰে.....