অসমৰ ৰাজনীতি

অসমৰ ৰাজনীতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসমৰ ৰাজনীতি, Morigaon.

10/09/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত এতিয়া উন্নয়নৰ নতুন জোৱাৰ আৰম্ভ হৈছে : এইয়া নতুন অসম।

10/09/2025
10/09/2025

আজি এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিব কিন্তু প্ৰকৃত কথাটো হ'ল : গৌৰৱ গগৈয়ে ইতিমধ্যেই পাকিস্তানলৈ গৈছিলো বুলি নিজেই স্বীকাৰ কৰিছে-গতিকে বাকী যিখিনি তথ্য পাম সেইয়া হ'ব বোনাচ।

30/08/2025

আৰ্চাদ মাদানীৰ দৰে মৌলবাদী খিলঞ্জীয়া বিৰোধী শক্তিয়ে দাবী-হুমুকিৰে অসমীয়াক ভীতিগ্ৰস্ত কৰিবলৈ যিমানেই চেষ্টা কৰিলেও তেওঁলোকে এটা কথা জানি থোৱাটো ভাল : এতিয়া অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মাদানীয়ে গান্ধী পৰিয়ালকহে নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰিব কিন্তু অসমক নোৱাৰিব।

30/08/2025
30/08/2025

পৱিত্ৰ ভাদ মাহত আমি গুৰু শংকৰ-মাধৱৰ স্মৃতি আৰু আদৰ্শক অতি আধ্যাত্মিকতা আৰু ভক্তি ভাৱেৰে সুঁৱৰোঁ কিন্তু আৰু কিমান দিনলৈ? অসমীয়া বিৰোধী শক্তিৰ প্ৰৰোচনাত গা কৰি উঠা অপশক্তিৰ বিৰুদ্ধে আমি হাতত হাত ধৰি যুঁজিব লাগিব।

28/08/2025

গৌৰৱ গগৈৰ সভাত এইবোৰ কোন? কংগ্ৰেছে এইসকলক লৈয়েই চৰকাৰ কৰাৰ অলিক কল্পনা কৰি আছে নেকি?

Address

Morigaon
782411

Alerts

Be the first to know and let us send you an email when অসমৰ ৰাজনীতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to অসমৰ ৰাজনীতি:

Share