18/08/2024
আজি ১৮/০৮/২০২৪ তাৰিখে বিশ্ব হিন্দু মহাসংঘৰ কামৰূপ গ্ৰাম্য জিলা সমিতি খন সুন্দৰ ভাৱে গঠন কৰা হয় ৷ জিলা সভাপতি শ্ৰীযুত জ্যোতিপ্ৰসাদ শৰ্মাৰ নেতৃত্বত সমিতি খন গঠন কৰা হয় লগতে বহু ধৰনৰ সামাজিক বিষয়ত আলোচনা কৰা হয় l জ্যোতিপ্ৰসাদ শৰ্মা আৰু নৱগঠিত জিলা সমিতিলৈ অশেষ শুভকামনা জনালোঁ ।।
JAI SHREE RAM 🚩
VHM LONG LIVE 🚩
Bhargavi Lima Mahanta