24/08/2026
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (AAGSU) কেটেতং-পাৱৈ বনগাওঁ আঞ্চলিক সমিতিৰ অন্তৰ্গত পাৱৈ বনগাওঁ শাখা সমিতি গঠনৰ বাবে আয়োজিত প্ৰতিনিধি সভালৈ সকলো ৰাইজক আন্তৰিক নিমন্ত্ৰণ জনালোঁ।
আহক, আমি সকলো একগোট হৈ এই সভা সাফল্যমণ্ডিত কৰোঁ।
তাৰিখঃ ৩০ আগষ্ট ২০২৬
স্থানঃ পাৱৈ বনগাওঁ মহিলা ৰংগমঞ্চ
ঘৰে ঘৰে আগছু - প্ৰতি ঘৰে আগছু
জয় আই অসম - জয় গোৰ্খা