Dhowapara Bisnu Mandir

Dhowapara Bisnu Mandir Dhowapara Bisnu Mandir God Vishnu

শ্ৰদ্ধাষ্পদেষু                       আমাৰ সেৱা ভাগি গ্ৰহন কৰিব । অহা  4 আঘোন (ইং21/11/2021)  তাৰিখ দেওবাৰে দিনযোৰা বৰ্ণা...
19/11/2021

শ্ৰদ্ধাষ্পদেষু

আমাৰ সেৱা ভাগি গ্ৰহন কৰিব । অহা 4 আঘোন (ইং21/11/2021) তাৰিখ দেওবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বিগত বৰ্ষৰ দৰে এইবেলিও ধৌৱাপাৰা বিষ্ণুমন্দিৰত কাতি মহীয়া বন্তি নিৰ্বাপন আৰু ন-খোৱা উৎসৱৰ আয়োজন কৰা হৈছে ।
তদুপলক্ষে উক্ত দিনা আপোনাক/আপোনালোকক যথা সময়ত মন্দিৰত ভাগৱত পাঠ অনুষ্ঠানত অংশ গ্ৰহন কৰিবৰ বাবে সবিনয়ে আমন্ত্ৰণ -নিমন্ত্ৰণ জনালো । ইতি -

শ্ৰদ্ধাৰে

শ্ৰীমাধৱ চন্দ্ৰ ডেকা - সভাপতি

শ্ৰীলোহিত চন্দ্ৰ চহৰীয়া আৰু শ্ৰীহংসধৰ ডেকা - উপসভাপতিদ্বয়

শ্ৰীদিব্যজ্যোতি ডেকা (সোণটি) - সম্পাদক

শ্ৰীৰিতুমণি ডেকা আৰু শ্ৰীৰাকেশ ৰাজবংশী - সহসম্পাদকদ্বয়

উদ্ যাপন সমতি
ধৌৱাপাৰা বিষ্ণু মন্দিৰ ।


-----------------------------------------

শ্ৰী বিৰেশ্বৰ ডেকা - সভাপতি
শ্ৰী বিপুল চহৰীয়া - সম্পাদক

পৰিচালনা সমিতি
ধৌৱাপাৰা বিষ্ণু মন্দিৰ

কৃষ্ণ  কৃষ্ণ  কৃষ্ণ মোৰ প্ৰীয় বন্ধু~বান্ধৱী, দাদা~বাইদেউ তথা facebookৰ সকলো ভক্তপ্ৰাণ মানৱ বৃন্দৰ সহায়-সহযোগিতা আন্তৰিকত...
11/02/2020

কৃষ্ণ কৃষ্ণ কৃষ্ণ

মোৰ প্ৰীয় বন্ধু~বান্ধৱী, দাদা~বাইদেউ তথা facebookৰ সকলো ভক্তপ্ৰাণ মানৱ বৃন্দৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো

কৃষ্ণ

Krisna
10/02/2020

Krisna

Address

Dhowapara Bishnu Mandir
Mangaldai
784529

Telephone

+917200384330

Website

Alerts

Be the first to know and let us send you an email when Dhowapara Bisnu Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category