08/01/2018
সকলোৰে প্ৰিয় মানুহ জনৰ বিষয়ে দু-এষাৰ...
১)আচল নাম:জীবন বৰঠাকুৰ(জুবিন গাৰ্গ)।
২)জন্ম:১৮ নৱেম্বৰ,১৯৭২।
৩)জন্মস্হান: তুৰা চিভিল হস্পিতাল,গাৰোপাহাৰ।
৪)পিতৃ: মোহিনী মোহন বৰঠাকুৰ ওৰফে কপিল ঠাকুৰ।
৫)মাতৃ: ইলি বৰঠাকুৰ।.
৬)শিক্ষা: প্ৰাথমিক শিক্ষা: যোৰহাট কাৰ্মেল মিডিয়াম স্কুল।স্কুলীয়া শিক্ষা: কৰিমগঞ্জ হাইস্কুল,বিজনী বান্ধৱ হাইস্কুল।১৯৮৮-৮৯ ত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ,তামুলপুৰ হাইস্কুল,নলবাৰী(বৰ্তমান বাক্সা জিলা)।
কলেজ: জে.বি কলেজ,যোৰহাট আৰু বি.বৰুৱা কলেজ,গুৱাহাটী।
৭)১৯৮৯ চনত যোৰহাট বঙালপুখুৰীত নিগাজিকৈ থাকিবলৈ লয়।
৮)১৯৯২ চনত প্ৰথম অ'ডিঅ' এলবাম "অনামিকা" মুক্তি।
৯)২০০০ চনত ৪ ফেব্ৰুৱাৰীত বিবাহ।পত্নী:গৰিমা শইকীয়া গাৰ্গ।
১০)অভিনয় কৰা ছবি: তুমি মোৰ মাথো মোৰ,দীনবন্ধু,মন যায়,ৰ'দৰ চিঠি,গানে কি আনে,মিছন চাইনা।
১১)হিন্দী ছবি:ফিজা,কাঁটে,ব্ৰীডচ্ ৱাণ্টেড,ডেন্স মষ্টি ৪,আই চি ইউ,বচ্ এক প'ল,নেহলে পে নেহলা,প্যাৰ কি চাইড এফেক্ট,গেংষ্টাৰ,ষ্ট্ৰিংছ,বিগ ব্ৰাদাৰ,ক্যা লাভ ষ্টৰী হ্যে,গুড বয় বেড বয়,বম্বে টু গোৱা ইত্যাদি।
১২)পৰিচালনা: অসমীয়া ছবি: তুমি মোৰ মাথো মোৰ,মিছন চাইনা। আৱাহন থিয়েটাৰৰ ২০০৬-০৭ বৰ্ষৰ "নাচ ময়ূৰী নাচ" নামৰ নাটকখনৰ পৰিচালনা।
১৩)কণ্ঠদান কৰা কেছেট,চিডি ৰ সংখ্যা: প্ৰায় ২৫০০।
১৪)কণ্ঠদান কৰা গীত: প্ৰায় ১৮ হাজাৰ।
১৫)বিদেশত শ্ব'(২০০৯ চনলৈ)
(ক)২০০২ চনৰ অক্টোবৰ মাহত ডুবাইত বলীউড শ্ব'।
(খ)২০০৪ চনৰ জুলাইত আমেৰিকাৰ অষ্টিনত।
(গ)২০০৪ চনৰ এপ্ৰিলত ডুবাইত।
(ঘ)২০০৬ চনৰ ডিচেম্বৰত মালয়েছিয়াত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড(GIFA) ৰ অনুষ্ঠানত।
(ঙ)২০০৭ চনৰ মাৰ্চত মালয়েছিয়াত।
(চ)২০০৭ চনৰ এপ্ৰিলত ডুবাইত।
(ছ)২০০৭ চনৰ ওমানত বিহু শ্ব'।
(জ)২০০৭ চনৰ জুলাইত আমেৰিকাৰ পেন্সিলভেনিয়াত।
(ঝ)২০০৮ চনৰ ফেব্ৰুৱাৰীত নিউৱৰ্ক শ্ব'।
(ঞ)২০০৮ চনৰ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিছ ৰ ত্ৰিনিদাদত ভেলেণ্টাইন ডে' শ্ব'।
(ট)২০০৯ চনৰ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিছ আৰু আমেৰিকাত শ্ব'।
১৬)জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া ছবি কেইখন:
হিয়া দিয়া নিয়া,তুমি মোৰ মাথো মোৰ,দাগ,নায়ক,প্ৰেম আৰু প্ৰেম,কন্যাদান,জীৱন নদীৰ দুটি পাৰ,জোনাকী মন,বিধাতা,প্ৰিয়া মিলন,অগ্নিসাক্ষী,জুমন সুমন,বাৰুদ,অধিনায়ক,আমি অসমীয়া,দীনবন্ধু,ৰং,মন যায়,ৰ'দৰ চিঠি,গানে কি আনে,মিছন চাইনা,প্ৰিয়াৰ প্ৰিয়,দা আণ্ডাৰৱৰ্ল্ড………
SHARE কৰক যদি আপুনি জুবিন দাক ভাল পাই ❤️