Nemsu BTR Official

Nemsu BTR Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nemsu BTR Official, Religious organisation, Kokrajhar.

07/08/2024

NEMSU JINDABAAD

আজি ০৭/০৬/২৪ ইং তাৰিখ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ   নেমছুৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ প্ৰেছ ক্...
08/06/2024

আজি ০৭/০৬/২৪ ইং তাৰিখ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ নেমছুৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবত #কোকৰাঝাৰ জিলা সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে মফিজুল হক কাৰ্যকৰী সভাপতি কামিল হুছেইন আৰু সম্পাদক হিচাপে মেহবু ৰহমান দায়িত্ব দি ৫১ জনীয়া শক্তিশালী জিলা সমিত গঠন কৰা হয়। নৱগঠিত কোকৰাঝাৰ জিলা সমিতিক নেমছুৰ নেমছুৰ জিলা তৰফৰ পৰা শুভেচ্ছা জনালোঁ আৰু অনাগত দিনত সংখ্যালঘু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ মাত মাতক তাৰে কামনা কৰিলো।


Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Nemsu BTR Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share