GOLOK DHAM

GOLOK DHAM Kokrajhar District Anchalic Hari Sobha Samitee.

06/08/2024
29/07/2024
23/07/2024
মুক্তিত নিস্পৃহ যিটো,                  সেহি ভকতক নমো                       ৰসময় মাগোহো ভকতি।সমস্ত মস্তক মণি             ...
19/07/2024

মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য,
ভজো হেন দেৱ যদুপতি।।
নামঘোষা

দন্ডবৎ

সুধী ভক্তবৃন্দ, বাহে, বাপু, গোসাঈ, মাও, দিদি-বইনী, জেঠাই-খুৰাই,পিশি- মাসি,

ষষ্টাঙ্গ ভক্তিৰ সাথত আপোনাক/আপোনাগুলাক জানেবাৰ পায়া সূখী হৈছাং যে, অইন্য অইন্য বছৰেৰ মতোন এই বছৰো আইসা শাওন মাসেৰ ৪,৫ আৰ ৬ তাৰিখ ৫১৫ ৰাজশক ১৪৩১ ভাস্কৰাব্দ ইং ২০,২১ আৰ ২২ জুলাই ২০২৪ সন শনিবাৰ, ৰবিবাৰ আৰ সোমবাৰ। ঐ পৃষ্টাত দেওৱা দুই দিনিয়া কামেৰ হাইলচা নিয়া জাক-জমকতাৰে গুৰু পূর্ণিমা তিথিটা পালন কৰাৰ যা- যোগাৰ ধূম ধাম ভাৱে চলে থাকা হৈছে।

সেইবাদে ঐ দুইদিনীয়া অনুষ্ঠানেৰ প্ৰত্যেকটা কাৰ্য্যসূচীত উপস্থিত থাকি গুৰুদেবক শ্রদ্ধাঞ্জলী-পুষ্পাঞ্জলী দেওবাৰ বাদে আপোনাক/ আপোনাগিলাক হাত যোৰ কৰিয়া নিমন্ত্রণেৰ বাটা আগেয়া দিলুং।

ভক্ত কৃপাই আমাৰ একমাত্ৰ সম্বল। ইতি -

গুৰু পূর্ণিমা উৎসৱ পৰিচালনা সমিতিৰ হয়া-

মাড়েয়া,
শ্ৰী ৰতন চন্দ্ৰ বৰ্মন, বোৱালকামাৰী

Address

Kokrajhar
783337

Telephone

+917002611830

Website

Alerts

Be the first to know and let us send you an email when GOLOK DHAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to GOLOK DHAM:

Share

Category