Barowari Durga Mandir Kharupetia

Barowari Durga Mandir Kharupetia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Barowari Durga Mandir Kharupetia, Hindu temple, Kharupatia.

ইয়াত নিয়মীয়াকৈ পূজা-অৰ্চনা, উৎসৱ-অনুষ্ঠান আৰু ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়।
সমাজত ঐক্য, শান্তি আৰু সদ্ভাৱ অটুট ৰখাৰ উদ্দেশ্যে
এই মন্দিৰসমূহে সকলো ভক্তপ্ৰাণ মানুহক একতাৰ বান্ধোনত বান্ধি ৰাখিছে।
জয় মা দুৰ্গা ❤️🙏🏻

খাৰুপেটীয়া বাৰোৱাৰী দূৰ্গা মন্দিৰ প্ৰাংগণত মন্দিৰৰ ৰক্ষণাবেক্ষণৰ অৱস্থা সূচল কৰাৰ বাবে ব্যবসায়িক দোকানৰ লাইখুঁটা স্থাপ...
25/07/2026

খাৰুপেটীয়া বাৰোৱাৰী দূৰ্গা মন্দিৰ প্ৰাংগণত মন্দিৰৰ ৰক্ষণাবেক্ষণৰ অৱস্থা সূচল কৰাৰ বাবে ব্যবসায়িক দোকানৰ লাইখুঁটা স্থাপন কৰা হয়।

জয় জগন্নাথ হে নাথ, তুমি সাথে থাকলেই সব পথ সহজ হয়ে যায় ...!!❤️🙏🏻
24/07/2026

জয় জগন্নাথ
হে নাথ, তুমি সাথে থাকলেই সব পথ সহজ হয়ে যায় ...!!❤️🙏🏻

🕉️ শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰৰ আন্তৰিক শুভেচ্ছা। 🙏মহাদেৱৰ অসীম কৃপাই সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰ...
20/07/2026

🕉️ শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰৰ আন্তৰিক শুভেচ্ছা। 🙏

মহাদেৱৰ অসীম কৃপাই সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰি উঠক।

ওঁ নমঃ শিৱায়।
হৰ হৰ মহাদেৱ! 🔱🕉️

#শ্ৰাৱণ_সোমবাৰ #মহাদেৱ #শিৱ #ওঁ_নমঃ_শিৱায় াদেৱ

জয় জগন্নাথ 🛕🚩
17/07/2026

জয় জগন্নাথ 🛕🚩

16/07/2026

🌼 শ্ৰীশ্ৰী জগন্নাথদেৱৰ পৱিত্ৰ ৰথযাত্ৰা 🌼

খাৰুপেটীয়া বাৰোৱাৰী দুৰ্গা মন্দিৰ

সকলো ভক্তবৃন্দলৈ আন্তৰিক আহ্বান জনোৱা হৈছে যে, আহক আমি সকলোৱে ভক্তিভাৱে শ্ৰীশ্ৰী জগন্নাথদেৱ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পৱিত্ৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰি এই মহোৎসৱ সফল কৰি তোলোঁ।

📅 তাৰিখ: ১৬ জুলাই, ২০২৬
📍 স্থান: খাৰুপেটীয়া বাৰোৱাৰী দুৰ্গা মন্দিৰ

প্ৰভু জগন্নাথৰ অপাৰ কৃপাই সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।

জয় জগন্নাথ! 🙏🚩

Ankush Xaha

16/07/2026

জয় জগন্নাথ! আজি পবিত্ৰ ৰথযাত্ৰাৰ শুভ দিন। আহা, ভক্তিভাৱে সকলো মিলে ভগৱান জগন্নাথৰ ৰথ টানোঁ।

জয় জগন্নাথ! ৰথ টানিলে ভগৱান জগন্নাথৰ আশীৰ্বাদ লাভ হয়। সকলোকে অনুৰোধ, ভক্তিভাৱে এই পবিত্ৰ যাত্ৰাত অংশগ্ৰহণ কৰক।

জয় জগন্নাথ! জয় বলভদ্ৰ! জয় মা সুভদ্ৰা! সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহক।


🙏

14/07/2026
এক বিশেষ সূচনা,অহা ১৬/০৭/২৬ ত হ'বলগীয়া ৰথযাত্ৰাত যি সকল ব্যক্তিয়ে  খাৰুপেটীয়া বাৰোৱাৰী দূৰ্গা মন্দিৰৰ এলেকাত দোকান-‌‌...
09/07/2026

এক বিশেষ সূচনা,
অহা ১৬/০৭/২৬ ত হ'বলগীয়া ৰথযাত্ৰাত যি সকল ব্যক্তিয়ে খাৰুপেটীয়া বাৰোৱাৰী দূৰ্গা মন্দিৰৰ এলেকাত দোকান-‌‌পোহাৰ দিবলৈ ইচ্ছুক সেই সকল ব্যক্তিয়ে আগতীয়াকৈ মন্দিৰ সমিতিৰ ‌লগত যোগাযোগ কৰিব লাগিব আৰু ‌পঞ্জীয়ন‌ কৰিব লাগিব।

যোগাযোগ নম্বৰ -
মহেন্দ্ৰ কুমাৰ জৈন-6003889606
কৃষ্ণ সাহা-7005021768
সুজয় সাহা-9101035742

🙏জয় জগন্নাথ 🙏

বিনীত,
খাৰুপেটীয়া বাৰোৱাৰী দূৰ্গা মন্দিৰ সমিতি

Address

Kharupatia
784115

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Barowari Durga Mandir Kharupetia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category