01/09/2024
যোৱা ইং ৩১-০৮-২০২৪ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী মাধৱ থানৰ দশম বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত হিচাপ পৰীক্ষক সন্মানীয় শ্ৰীযুত খৰ্গেশ্বৰ বৰুৱাদেৱে অনুষ্ঠানটিৰ আয় - ব্যয় হিচাপৰ প্ৰতিবেদন পাঠ কৰি জমাৰ শিতানত ----------------
১) সংগ্ৰহ বহীৰ সংগ্ৰহ -৬,৯৮,৯৬১.০০
২)মাধৱ মন্দিৰৰ অৰিহণা -১৪,১৭৬.০০
৩)শিৱ মন্দিৰৰ অৰিহণা - ১৯,৮২৬.০০
৪)ভাগৱতৰ প্ৰনামীৰ অৰিহণা - -------------------------------------৫৮,৭২২.০০
৫) প্ৰনামী বিপনীৰ সংগ্ৰহ-৫৪,৬৯১.০০..
৬)ভাগৱত ভ্ৰমণৰ অৰিহণা - ৩৫০০.০০
৭)ৰাহি সাম.বিক্ৰীৰ সংগ্ৰহ-৮৯,১৩০.০০
টকা সহ মুঠ জমা -৯,৩৯,০০৬.০০ টকা দেখুওৱাৰ বিপৰীতে খৰচৰ শিতানত --
১) সভা সমিতিৰ ব্যয় ---------১৭০০.০০
২)ছপা,ক্ৰয়, যাতায়তী ব্যয়-৪৩,৫৮৫.০০
৩)পুঁজি সংগ্ৰহৰ ব্যয় ---------১৩,১২৪.০০
৪)ভকত নিমন্ত্ৰণী ব্যয় ------- ২২৫০.০০
৫)খৰি ক্রয়/ফলাব্যয়-------১৮,৪৪৫.০০
৬)খাদ্য সামগ্ৰী ক্রয়ৰ ব্যয়১,৭১,৩৪৭.০০
৭)ফল - মূল ক্রয়ত ব্যয় -----২৮,৮৩০.০০
৮)তামোল - পান ক্ৰয়ত -------৭,৬০৬.০০
৯) দিছ-গিলাছ আদিৰ ব্যয়-৪৮,৮৩০.০০
১০) শাক পাচলি ক্ৰয়ত -----৩২,৯৩৭.০০
১১)সজুলি ক্রয়/মেৰামতি--১৮,৭৯০.০০
১২)অন্যান্য সামগ্ৰী ক্ৰয়ত ----৪৪৭১.০০
১৩)ভকত আদৰণিৰ সামগ্ৰী
ক্ৰয়ত ----৩৮,৪৩৫.০০
১৪)অনুষ্ঠানৰ অৰিহনাৰ ব্যয় -৩০৩.০০
১৫)আচাৰ্য আৰু পাঠকৰ মাননীৰ ব্যয় --------------------৪৬,৮৫০.০০
১৬) প্ৰনামী বিপনীৰ সামগ্ৰী
ক্ৰয়ত-৩৫,৫৯০.০০
১৭)শব্দ পোহৰ পেন্দেল বাচন
আদিৰ ভাড়া -১,০২,৮৫২.০০
১৮)প্ৰাথমিক চিকিৎসা ব্যয় -১২৯৫.০০
১৯)শ্ৰমিকৰ মাননীৰ ব্যয় --২৮,৪০০.০০
২০)সামগ্ৰী কঢ়িওৱা
গাড়ী ভাড়া-৪০৩০.০০
২১) অন্যান্য ব্যয় -------- ১৪০০.০০টকা
সহ মুঠ ব্যয় ৬,৫১,০৭০.০০ টকা বুলি জনায় । মুঠ জমা আৰু মুঠ ব্যয়ৰ তহবিল টানি দশম বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ শুদ্ধ জমা ২,৮৭,৯৩৬.০০ টকা বুলি জানিবলৈ দিয়ে । উক্ত সভাতে পূৰ্বৰ শ্ৰীযুত পদ্মকান্ত বৰদলৈ (সভাপতি) আৰু শ্ৰীযুত অতুল শইকীয়া(সম্পাদক) নেতৃত্বাধীন অভ্যৰ্থনা সমিতিক একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজনৰ দায়িত্ব অৰ্পণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় । আমি শ্ৰীশ্ৰী মাধৱ থানৰ সমূহ কৰ্ম - কৰ্তা, শুভ চিন্তক বাপ - বান্ধৱ, আই - মাতৃ ,আৰু যুৱ বন্ধু সকলৰ উদ্দেশ্যে এই তথ্য সমূহ আগবঢ়ালোঁ ।
সেৱাৰে -----
শ্ৰী যাদৱ বৰা (সভাপতি)
শ্ৰীশ্ৰী মাধৱ থান, বিষ্ণু থান আৰু গণেশ থান পৰিচালনা সমিতি ।
দিনাংক - ০১-০৯-২০২৪
বি.দ্ৰ.- সকলোকে তথ্য সমূহ আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ ।