Sarbaibandha Krishna Nagar; Jorhat

Sarbaibandha Krishna Nagar; Jorhat All about Sarbaibandha Krishna Nagar

কৃষ্ণনগৰ বুঢ়া নামঘৰৰ অবিৰত ভাগৱত পাঠৰ কিছু আলোকচিত্ৰ
05/10/2025

কৃষ্ণনগৰ বুঢ়া নামঘৰৰ অবিৰত ভাগৱত পাঠৰ কিছু আলোকচিত্ৰ

সৰ্বাইবন্ধা কৃষ্ণনগৰৰ বুঢ়া নামঘৰ অবিৰত ভাগৱত পাঠ ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏
05/10/2025

সৰ্বাইবন্ধা কৃষ্ণনগৰৰ বুঢ়া নামঘৰ অবিৰত ভাগৱত পাঠ

ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏

শাৰদীয় দুৰ্গৎসৱৰ শুভেচ্ছাৰে। জয় মা দুৰ্গা
28/09/2025

শাৰদীয় দুৰ্গৎসৱৰ শুভেচ্ছাৰে। জয় মা দুৰ্গা

কৃষ্ণনগৰ যুৱ শক্তিৰ ফালৰ পৰা শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি। আপুনি যতে আছে শান্তিত থাকক দাদা।
19/09/2025

কৃষ্ণনগৰ যুৱ শক্তিৰ ফালৰ পৰা শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি। আপুনি যতে আছে শান্তিত থাকক দাদা।

নমো বিশ্ববিহাৰায়, নমো বিশ্ববিহাৰিনে। নমো বিশ্ববিধাতায়, নমস্তে বিশ্বকৰ্মানে। নমস্তে বিশ্বৰূপায় বিশ্বভূতায় তে নমঃ। নমো...
17/09/2025

নমো বিশ্ববিহাৰায়, নমো বিশ্ববিহাৰিনে।
নমো বিশ্ববিধাতায়, নমস্তে বিশ্বকৰ্মানে।
নমস্তে বিশ্বৰূপায় বিশ্বভূতায় তে নমঃ।
নমো বিশ্বত্মা ভূতআত্মান বিশ্বকৰ্মানমোস্তু তে ॥

শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজাৰ শুভেচ্ছাৰে.....

সুপ্ৰভাত। দিনটো সকলোৰে শুভ হওক।
12/09/2025

সুপ্ৰভাত। দিনটো সকলোৰে শুভ হওক।

"মানুহে মানুহৰ বাবে,যদিহে অকণো নেভাবে,অকণি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া"সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত তেখেতক শ্ৰদ্ধা...
08/09/2025

"মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া"

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছো🙏🙏

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ ৷গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰীগুৰুৱে নমঃশিক্ষক দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ।
05/09/2025

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ ৷

গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰীগুৰুৱে নমঃ

শিক্ষক দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ।

।।শ্রীকৃষ্ণায় নমঃ।।।।ওঁ নমো ভগৱতে ৱাসুদেৱায়।।
31/08/2025

।।শ্রীকৃষ্ণায় নমঃ।।

।।ওঁ নমো ভগৱতে ৱাসুদেৱায়।।

যোৰহাটত গনেশ পূজা বিসৰ্জনৰ এক নান্দনিক দৃশ্য
31/08/2025

যোৰহাটত গনেশ পূজা বিসৰ্জনৰ এক নান্দনিক দৃশ্য

31/08/2025

শুভ ৰাত্ৰি

Address

Sarbaibandha Krishna Nagar
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Sarbaibandha Krishna Nagar; Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share