শ্ৰীশ্ৰী দীঘলী সত্ৰ-যোৰহাট

  • Home
  • India
  • Jorhat
  • শ্ৰীশ্ৰী দীঘলী সত্ৰ-যোৰহাট

শ্ৰীশ্ৰী দীঘলী সত্ৰ-যোৰহাট গুৰুজনাৰ আদৰ্শৰে পৰিচালিত এখনি মহাপুৰুষীয়া সত্ৰ

আজি বহাগ বিহুৰ তৃতীয় দিনা গোঁসাই বিহু উপলক্ষে আগন্তুক বছৰটোত ৰাইজৰ মঙ্গলাৰ্থে  আমাৰ সত্ৰত সংৰক্ষিত হৈ থকা শ্ৰীশ্ৰী শঙ্ক...
16/04/2018

আজি বহাগ বিহুৰ তৃতীয় দিনা গোঁসাই বিহু উপলক্ষে আগন্তুক বছৰটোত ৰাইজৰ মঙ্গলাৰ্থে আমাৰ সত্ৰত সংৰক্ষিত হৈ থকা শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ পবিত্ৰ শ্ৰীশ্ৰী পদ্ শিলা মহাপ্ৰভূক শৰাই উচৰ্গা কৰি প্ৰাৰ্থনা কৰা হৈছে।। কৃষ্ণ।।

শ্ৰী শ্ৰী শঙ্কৰগুৰুজনাৰ পদশিলা স্থাপিত কৰি ৰখা আসনভাগী ।। কৃষ্ণ।।
01/11/2017

শ্ৰী শ্ৰী শঙ্কৰগুৰুজনাৰ পদশিলা স্থাপিত কৰি ৰখা আসনভাগী ।। কৃষ্ণ।।

Address

Balichapori
Jorhat
785101

Telephone

8011075370

Website

Alerts

Be the first to know and let us send you an email when শ্ৰীশ্ৰী দীঘলী সত্ৰ-যোৰহাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share