Howly Raas Mahotsav

Howly Raas Mahotsav Raas Mahotsav is celebrated in every year at Howly town and a grand fair is held centered round this festival.

The festival and fair attract large crowds from all over Assam.

28/07/2026

উজনি অসমৰ বন্যাৰ্তলৈ হাউলী ৰাস সমিতি আৰু হাউলীবাসী ৰাইজৰ সহায়ৰ হাত::::::




গ্ৰীস্মকালীন খেল-ধেমালী, ২০২৬ ৰ কিছু দৃশ্যাৱলী..........
12/07/2026

গ্ৰীস্মকালীন খেল-ধেমালী, ২০২৬ ৰ কিছু দৃশ্যাৱলী..........

গ্ৰীস্মকালীন নাট কৰ্মশালা ...........
12/07/2026

গ্ৰীস্মকালীন নাট কৰ্মশালা ...........



Zubeen Garg ৰ গীতৰ কৰ্মশালা
12/07/2026

Zubeen Garg ৰ গীতৰ কৰ্মশালা




24/05/2026
02/05/2026

৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱৰ সংগীতানুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ইলিচা বড়ো।।


অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস দেৱে ২২ সংখ্যক হাউলী পালনামত উপস্থিত থাকি ভগৱান প্ৰভু কৃষ্ণৰ কৃপা বি...
04/02/2026

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস দেৱে ২২ সংখ্যক হাউলী পালনামত উপস্থিত থাকি ভগৱান প্ৰভু কৃষ্ণৰ কৃপা বিচাৰি এনেদৰে সেৱা লয়।

Photo Credit: Jitumani Choudhury

Ranjeet Kumar Dass

২২ সংখ্যক পালনাম উপলক্ষে ভক্তিমূলক শ্ৰমদানৰ দৃশ্য।
04/02/2026

২২ সংখ্যক পালনাম উপলক্ষে ভক্তিমূলক শ্ৰমদানৰ দৃশ্য।

04/02/2026

কল্পজিৎ দাসে প্ৰদান কৰা কাছটো পুখুৰীত এৰি দিয়া হয়।

Kalpajit Das

হাউলী ৰাস মন্দিৰৰ বাকৰিত অৱস্থিত মদন মোহন কীৰ্তনঘৰৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া ২২ সংখ্যক পাল নামৰ লাইখুটা স্থাপন কৰা হয়।
04/02/2026

হাউলী ৰাস মন্দিৰৰ বাকৰিত অৱস্থিত মদন মোহন কীৰ্তনঘৰৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া ২২ সংখ্যক পাল নামৰ লাইখুটা স্থাপন কৰা হয়।

Address

Howly
Howli
781316

Opening Hours

Monday 6:30am - 7pm
Tuesday 6:30am - 7pm
Wednesday 6:30am - 7pm
Thursday 6:30am - 7pm
Friday 6am - 7pm
Saturday 6am - 7pm
Sunday 6am - 7pm

Alerts

Be the first to know and let us send you an email when Howly Raas Mahotsav posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share