Tahfizul Qur'an Ahmediya Madrassa Fatehpur Islamnagar

  • Home
  • India
  • Hojai
  • Tahfizul Qur'an Ahmediya Madrassa Fatehpur Islamnagar

Tahfizul Qur'an Ahmediya Madrassa Fatehpur Islamnagar إِنَّا نَحْنُ نزلنا الذكر وانَّا لَهُ لَحَفِظُونَ

28/12/2025

दिल को सुकून देने वाली एक खूबसूरत नात शरीफ। सुनिए और अपने दिल को मदनी रंग में रंग लीजिए। 💕✨
"

27/12/2025

Madarsah Tahfizul Quraan in Fatehpur, Islam Nagar, Hojai Assam

21/12/2025

Tahfizul Quraan Madrasa Fatehpur, Islam Nagar, Hojai, Assam

 #সূসংবাদ হোজাই জিলাৰ  অন্তৰ্গত  _তাহফিজুল_ক্বোৰআন_‌‍ফতেহপুৰ ইছলাম নগৰ আহমদিয়া_ মাদ্ৰাছাৰ ছাত্ৰসকলে এইবাৰো ভাল ফলাফল কৰ...
21/10/2025

#সূসংবাদ
হোজাই জিলাৰ অন্তৰ্গত _তাহফিজুল_ক্বোৰআন_‌‍ফতেহপুৰ ইছলাম নগৰ আহমদিয়া_ মাদ্ৰাছাৰ ছাত্ৰসকলে এইবাৰো ভাল ফলাফল কৰি মাদ্ৰাছাৰ তথা অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে।
সদৌ অসম তা'লিমী তৰক্বি ব'ৰ্ডৰ তাক্বাবোলী পৰীক্ষাত! প্ৰায় ৪৫০ খন মাদ্ৰাছাৰ মাজত অনুষ্ঠিত হোৱা বৃত্তি পৰিক্ষাত আংশ গ্ৰহন কৰি ১০০% উৰ্ত্তীণ হোৱাৰ লগতে মাদ্ৰাছা খনে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
সকলোৱে দোৱা কৰিব যাতে অনাগত দিনত আৰু আগবাঢ়ি যাবলৈ সক্ষম হয়।
মাদ্ৰাছাৰ মৰমৰ ছাত্ৰ ও শ্ৰদ্ধাৰ শিক্ষক সকল আৰু কমিটিৰ মেহনত আৰু এই অঞ্চলৰ সহযোগিতা কৰা সকলো ব্যক্তিক আল্লাহ তা'লাই কবুল কৰক। আমিন...।

20/12/2024

Address

Islam Nagar Hojai
Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when Tahfizul Qur'an Ahmediya Madrassa Fatehpur Islamnagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share