NAME 8

NAME 8 welcome to my Al Islamic Tv page
here available short video naat Shareef tilawat
gajal etc.

06/04/2026

বিন্নাকান্দি সমষ্টিত আকৌ এবাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে শেষ হাঁহি মাৰিবলৈ গৈ আছে।

06/04/2026
ভোটাৰ তালিকাৰ পূনৰীক্ষণ প্ৰক্ৰিয়াত কাৰোবাৰ নাম কৰ্তনৰ বাবে অভিযোগ কাৰীয়ে ব্যৱহাৰ কৰা ৭ নং প্ৰ- পত্ৰৰ তলত এটা Declarati...
23/01/2026

ভোটাৰ তালিকাৰ পূনৰীক্ষণ প্ৰক্ৰিয়াত কাৰোবাৰ নাম কৰ্তনৰ বাবে অভিযোগ কাৰীয়ে ব্যৱহাৰ কৰা ৭ নং প্ৰ- পত্ৰৰ তলত এটা Declaration লিখা আছে যাৰ ভাৱাৰ্থ এনেধৰণৰ, "মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই এই সম্পৰ্কে জ্ঞাত যে এটা ভূল স্বীকাৰোক্তি বা মিছা তথ্য দিলে বা এনে কোনো তথ্য দিলে যিটো মোৰ জ্ঞান বিশ্বাস মতে মিছা বা সত্য নহয় তেনেহলে Representation of the People Act,1950 ৰ ৩১ নং ধাৰা অনুযায়ী সৰ্বোচ্চ এবছৰৰ বাবে কাৰাদণ্ড বা জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ'ব লাগিব।"
যিসকলে জধে মধে বিভিন্ন বৈধ ভাৰতীয় লোকৰ বিৰুদ্ধে ৭ নং ফৰ্ম যোগে মিছা অভিযোগ দাখিল কৰিছে তেওঁলোকৰ বিৰুদ্ধে ভূক্তভোগীয়ে থানাত গোচৰ ৰুজু কৰিলে অভিযোগ কাৰী সকলৰ জেল হোৱাটো খাটাং।

   কংগ্ৰেছে নিৰ্বাচনৰ আগতেই পৰাজয় স্বীকাৰ কৰিলে নেকি?
23/01/2026


কংগ্ৰেছে নিৰ্বাচনৰ আগতেই পৰাজয় স্বীকাৰ কৰিলে নেকি?

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when NAME 8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to NAME 8:

Shortcuts

Share