Uttar Dimrupar Banat Madrassa

Uttar Dimrupar Banat Madrassa Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Uttar Dimrupar Banat Madrassa, Mosque, Uttar Dimrupar, Hojai.

আজি পুৱা ৮ বজাত আমাৰ উত্তৰ ডিমৰুপাৰ হজৰত ফাতিমা ৰাঃ মাদ্ৰাছাতুল বানাতত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দৃ...
26/01/2025

আজি পুৱা ৮ বজাত আমাৰ উত্তৰ ডিমৰুপাৰ হজৰত ফাতিমা ৰাঃ মাদ্ৰাছাতুল বানাতত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দৃশ্য।

Dawot For All  (21/12/2024)
19/12/2024

Dawot For All (21/12/2024)

সকলোকে দাৱত জনোৱা হ'ল।
04/12/2024

সকলোকে দাৱত জনোৱা হ'ল।

29/09/2024

উত্তৰ ডিমৰুপাৰ হজৰত ফাতিমা (ৰাঃ) মাদ্ৰাছাতুল বানাতৰ প্ৰাক্তন সাধাৰণ সম্পাদক উত্তৰ ডিমৰুপাৰ (চানাপট্টি) নিবাসী মাষ্টাৰ আলহাজ খলিলুৰ ৰহমান চাহাবৰ আজি বিয়লি 02:15 বজাত ইন্তেকাল হয়।
ইন্নালিল্লাহি...............................
আজি নিশা 09:00 বজাত নিজ কবৰস্থানৰ সন্মুখত মৰহুমৰ জানাজাৰ নমাজ আদায় কৰা হ'ব।
সকলোকে দাৱত জনোৱা হ'ল।

26/08/2024
25/08/2024

আজি Uttar Dimrupar Banat Madrassa ত বিষেশ অতিথি হিচাপে নীলবাগানৰ জনাব খাইৰুল ইছলাম চাহাবক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত।

আজি পুৱা ৮ বজাত আমাৰ উত্তৰ ডিমৰুপাৰ হজৰত ফাতিমা ৰাঃ মাদ্ৰাছাতুল বানাতত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দৃশ্য।
15/08/2024

আজি পুৱা ৮ বজাত আমাৰ উত্তৰ ডিমৰুপাৰ হজৰত ফাতিমা ৰাঃ মাদ্ৰাছাতুল বানাতত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ দৃশ্য।

Happy Independence day (15 August 2024)
14/08/2024

Happy Independence day (15 August 2024)

10/04/2024

অসম তথা সমগ্ৰ বিশ্ববাসীলৈ পবিত্ৰ ঈদুল ফিৎৰৰ শুভেচ্ছা ও অভিনন্দন। আশাকৰোঁ এই পবিত্ৰ ঈদে সকলোৰে মাজত কঢ়িয়াই আনিব সুখ শান্তি সমৃদ্ধি তথা ভাতৃত্তবোধ।

Address

Uttar Dimrupar
Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when Uttar Dimrupar Banat Madrassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category