VHP Hojai Nagar Prokhanda.

VHP Hojai Nagar Prokhanda. Vishwa Hindu Parishad

১৯৯২ চনৰ আজিৰ দিনটোতে বাবৰি মচজিদ ধ্বংস কৰি প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ মন্দিৰৰ বুনিয়াদ গঢ়িছিল ভক্তসকলে...সেই উপলক্ষে ৬ ডিচেম্...
06/12/2023

১৯৯২ চনৰ আজিৰ দিনটোতে বাবৰি মচজিদ ধ্বংস কৰি প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ মন্দিৰৰ বুনিয়াদ গঢ়িছিল ভক্তসকলে...সেই উপলক্ষে ৬ ডিচেম্বৰৰ দিনটো আমি সৌৰ্য দিৱস হিচাবে উদযাপন কৰোঁ, সকলো ভক্তক বিশ্ব হিন্দু পৰিষদ হোজাই নগৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ৷
জয় শ্ৰীৰাম🙏

 #বিশ্ব_হিন্দু_পৰিষদ, #বজৰংগ_দলৰ ৩৯ তম প্ৰতিষ্ঠা দিৱসত সকলো বজৰংগী সতীৰ্থলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏ৰা...
08/10/2023

#বিশ্ব_হিন্দু_পৰিষদ, #বজৰংগ_দলৰ ৩৯ তম প্ৰতিষ্ঠা দিৱসত সকলো বজৰংগী সতীৰ্থলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
ৰাম মন্দিৰ নির্মাণ আন্দোলনত শ্বহীদ হোৱা আৰু হিন্দুত্ব ৰক্ষাৰ বাবে আত্ম বলি দান দিয়া বীৰ বজৰংগী সকলোকে আজিৰ এই শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিলো।

জয় শ্ৰী ৰাম 🚩
জয় বজৰংগ দল 🙏

বিশ্ব হিন্দু পৰিষদ হোজাই নগৰৰ তৰফৰ পৰা সকলো চাহ জনগোষ্ঠীয় লোকলৈ পৱিত্ৰ কৰম পূজাৰ আন্তৰিক শুভকামনা জনালোঁ🙏
25/09/2023

বিশ্ব হিন্দু পৰিষদ হোজাই নগৰৰ তৰফৰ পৰা সকলো চাহ জনগোষ্ঠীয় লোকলৈ পৱিত্ৰ কৰম পূজাৰ আন্তৰিক শুভকামনা জনালোঁ🙏

বিশ্ব হিন্দু পৰিষদ হোজাই নগৰ প্ৰখণ্ডৰ তৰফৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনৰ ৪৫৪ তম তিৰোভাৱ তিথিৰ উপলক্ষে তেওঁৰ শ্ৰ...
16/09/2023

বিশ্ব হিন্দু পৰিষদ হোজাই নগৰ প্ৰখণ্ডৰ তৰফৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনৰ ৪৫৪ তম তিৰোভাৱ তিথিৰ উপলক্ষে তেওঁৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ🙏

আজি বিশ্ব হিন্দু পৰিষদ হোজাই নগৰ প্রখণ্ডত হোজাই নগৰ স্থিত গোবিন্দ পল্লীত  প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
09/09/2023

আজি বিশ্ব হিন্দু পৰিষদ হোজাই নগৰ প্রখণ্ডত হোজাই নগৰ স্থিত গোবিন্দ পল্লীত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ উপলক্ষে সমুহ সনাতনী ভক্তলৈ আন্তৰিক শুভেচ্ছা তথা সেৱা নিবেদন কৰিছোঁ..আজি বিশ্ব হিন্দু...
06/09/2023

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ উপলক্ষে সমুহ সনাতনী ভক্তলৈ আন্তৰিক শুভেচ্ছা তথা সেৱা নিবেদন কৰিছোঁ..আজি বিশ্ব হিন্দু পৰিষদ ৰ প্ৰতিষ্ঠা দিৱস..১৯৬৪ চনত জন্মাষ্টমীৰ এই পৱিত্ৰ দিনটোতে মহাৰাষ্ট্ৰৰ সন্দীপনী মুনিৰ আশ্ৰমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় স্বৰ সংঘচালক পৰম পূজনীয় গুৰুজীৰ মাৰ্গদৰ্শনত সমগ্ৰ বিশ্বৰ হিন্দুৰ কল্যাণৰ বাবে বিশ্ব হিন্দু পৰিষদ গঠন হৈছিল

“বেদৰ পৰাই আহিছে বিজ্ঞান...ISRO ৰ প্ৰমুখ S Somnath”এইয়াই আমাৰ সনাতন ধৰ্মৰ শক্তিজয় শ্ৰীৰাম🙏
26/08/2023

“বেদৰ পৰাই আহিছে বিজ্ঞান...ISRO ৰ প্ৰমুখ S Somnath”
এইয়াই আমাৰ সনাতন ধৰ্মৰ শক্তি
জয় শ্ৰীৰাম🙏

যোৱা 20-08-2023 দেওবাৰৰে হোজাই গীতাস্ৰমতবিশ্ব হিন্দু পৰিষদৰ জিলা বৈঠক অনুষ্ঠিত হয় উক্ত বৈঠকত শ্ৰী দেবাশিষ দাস মহোদয়ক হ...
24/08/2023

যোৱা 20-08-2023 দেওবাৰৰে হোজাই গীতাস্ৰমত
বিশ্ব হিন্দু পৰিষদৰ জিলা বৈঠক অনুষ্ঠিত হয় উক্ত বৈঠকত

শ্ৰী দেবাশিষ দাস
মহোদয়ক হোজাই নগৰৰ সভাপতি
আৰু লগতে

শ্ৰী লুয়ুম্বা ৰাজকুমাৰ*
উপ সভপতি

শ্ৰীমতী অন্তৰা বিশ্বাস
উপ সভাপতি

শ্ৰী সুবিৰ দত্ত
সাধাৰন সম্পাদক

শ্ৰী নন্দন সাহা
সহ সম্পাদক

শ্ৰীমতী চুমকী দাস
সংযোজিকা দুৰ্গা বাহিনী

শ্ৰী বিশু দাসক
সংযোজক বজৰংগ দল
ঘোষণা কৰা হয়।

Address

Gitashram
Hojai
782435

Telephone

+918134064674

Website

Alerts

Be the first to know and let us send you an email when VHP Hojai Nagar Prokhanda. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to VHP Hojai Nagar Prokhanda.:

Share