Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.

  • Home
  • India
  • Guwahati
  • Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1.

Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1. This is the Official Page of Latasil Durga Puja. This Durga Puja Pandal is one of the oldest Durga Puja Pandal in Guwahati established in the year 1978.

২০২৫ বৰ্ষৰ দেৱী প্ৰতিমাৰ স্থিৰ চিত্ৰ।
28/09/2025

২০২৫ বৰ্ষৰ দেৱী প্ৰতিমাৰ স্থিৰ চিত্ৰ।

২০২৫ বৰ্ষৰ মূল মণ্ডপৰ স্থিৰ চিত্ৰ।
28/09/2025

২০২৫ বৰ্ষৰ মূল মণ্ডপৰ স্থিৰ চিত্ৰ।

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ শ্ৰী শ্ৰী মহা লক্ষ্মী পূজাৰ কিছু মূহুৰ্ত।     #2024
16/10/2024

গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ শ্ৰী শ্ৰী মহা লক্ষ্মী পূজাৰ কিছু মূহুৰ্ত।

#2024

আজি ঘোষণা হোৱা NK TV দ্বাৰা আয়োজিত পূজা প্ৰতিযোগিতাত গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ "শ্ৰেষ্ঠ প্...
13/10/2024

আজি ঘোষণা হোৱা NK TV দ্বাৰা আয়োজিত পূজা প্ৰতিযোগিতাত গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ "শ্ৰেষ্ঠ প্ৰতিমা" পুৰস্কাৰ অৰ্জন কৰে। আজি সন্ধিয়া কমিটীৰ কাৰ্যালয়ত লাচিত নগৰৰ নিবাসী লতাশিলৰ প্ৰতিমা নিৰ্মাণ কৰা মৃৎ শিল্পী শ্ৰীযুত মনোজ পাল আৰু অসীম পাল ডাঙৰীয়াক কমিটীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমি কমিটীৰ তৰফৰ পৰা ভক্ত প্ৰাণ ৰাইজ আৰু NK TV ৰ পৰিয়ালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাই সকলোৰে মঙ্গল সাধন কৰক। জয় মা দুৰ্গা।

#2024

গুৱাহাটী সাৰ্বজনীন দূৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ মূল মণ্ডপ অৰুণাচল প্ৰদেশৰ নামচাইৰ গোল্ডেন পাগোডা।
11/10/2024

গুৱাহাটী সাৰ্বজনীন দূৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ মূল মণ্ডপ অৰুণাচল প্ৰদেশৰ নামচাইৰ গোল্ডেন পাগোডা।

গুৱাহাটী সাৰ্বজনীন দূৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ দেৱী দূৰ্গাৰ মৃন্ময় মূৰ্তি।
10/10/2024

গুৱাহাটী সাৰ্বজনীন দূৰ্গা পূজা কমিটি, লতাশিলৰ ২০২৪ চনৰ দেৱী দূৰ্গাৰ মৃন্ময় মূৰ্তি।

• দেৱী দুৰ্গা আগমনী •পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনা গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি উদ্যোগত লতাশিল খেলপথাৰত ২০২৪ চনৰ শা...
18/08/2024

• দেৱী দুৰ্গা আগমনী •

পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনা গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা কমিটি উদ্যোগত লতাশিল খেলপথাৰত ২০২৪ চনৰ শাৰদীয় দুৰ্গা পূজাৰ মূল মণ্ডপৰ আজি গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ক্ত শ্ৰী যুত দিগন্ত বৰা ডাঙৰীয়াৰ দ্বাৰা লাই খুঁটা স্থাপন কৰা হয়। উক্ত অনুষ্ঠান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত বিজন মহাজন ডাঙৰীয়া, প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা প্ৰাক্তন উপযুক্ত শ্ৰীযুত ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া, বিশিষ্ট নাগৰিক শ্ৰীযুত দ্বীপ চহৰীয়া ডাঙৰীয়া, সমাজ কৰ্মী শ্ৰীযুত কল্যাণ দাস ডাঙৰীয়া, শ্ৰীযুত জগন্নাথ দাস ডাঙৰীয়া, কমিটীৰ সদস্য আৰু স্থানীয় লোক উপস্থিত থাকে।

18/08/2024
আজি প্ৰয়াত জয়ন্ত দাস (ৰাজু)ৰ স্মৃতিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ (অসম), কামৰূপ নাট্য সমিতি, ...
23/12/2023

আজি প্ৰয়াত জয়ন্ত দাস (ৰাজু)ৰ স্মৃতিত লতাশিল খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা, শিল্পী সমাজ (অসম), কামৰূপ নাট্য সমিতি, প্ৰগতি শিল্পী সংঘ, সূৰ্য্য, গুৱাহাটী বিহু সন্মিলনী, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি সমূহীয়া উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সমাজৰ বিভিন্ন সন্মানীয় ব্যক্তি, স্থানীয় ৰাইজ উপস্থিত থাকে আৰু প্ৰয়াত জয়ন্ত দাস (ৰাজু)ক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

অসমৰ জনপ্ৰিয় অভিনেতা, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ সক্ৰিয় সদস্য উজান বজাৰৰ নিবাসী জয়ন্ত দাস (ৰাজু) আ...
16/12/2023

অসমৰ জনপ্ৰিয় অভিনেতা, গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা সমিতি, লতাশিলৰ সক্ৰিয় সদস্য উজান বজাৰৰ নিবাসী জয়ন্ত দাস (ৰাজু) আজি সন্ধিয়া চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লয়। তেখেতৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ। ওম শান্তি।

Address

Latasil Playground, Uzan Bazar
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Guwahati Sarbajanin Durga Puja Samiti, Latasil Playground, Guwahati-1. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share