Viswa Hindu Mahasangha Assam Pradesh

Viswa Hindu Mahasangha Assam Pradesh विश्व हिंदू महासंघ का मूल उद्देश्य हिंदुओं की रक्षा और उनके हितों के लिए काम करना है ।

Happy birthday to our honorable National President Vishwa Hindu Mahasangh 🎂💐💐💐💐🙏 May maa Kamakhya showers her blessings ...
05/06/2025

Happy birthday to our honorable National President Vishwa Hindu Mahasangh 🎂💐💐💐💐🙏 May maa Kamakhya showers her blessings on you today and forever 🙏
MYogiAdityanath

✊️✊️✊️
20/05/2025

✊️✊️✊️

Vishwa Hindu Mahasangh Organized a Adhivation for hindu unity in haridwar.

20/05/2025

যোৱা ১২ মে তাৰিখে বিশ্ব হিন্দু মহাসংঘৰ নেতৃত্বত ১০১ হনুমান চালিছা পাঠ কৰা হয় জানকী বল্লভ মন্দিৰত দেশৰ বীৰ জোৱানৰ কাৰণে । জয় হিন্দ 🫡✊️✊️✊️

20/05/2025

যোৱা ১২ মে তাৰিখে বিশ্ব হিন্দু মহাসংঘৰ নেতৃত্বত ১০১ হনুমান চালিছা পাঠ কৰা হয় জানকী বল্লভ মন্দিৰত দেশৰ বীৰ জোৱানৰ কাৰণে । জয় হিন্দ 🫡✊️✊️✊️

20/05/2025

যোৱা ১২ মে তাৰিখে বিশ্ব হিন্দু মহাসংঘৰ নেতৃত্বত ১০১ হনুমান চালিছা পাঠ কৰা হয় জানকী বল্লভ মন্দিৰত দেশৰ বীৰ জোৱানৰ কাৰণে । জয় হিন্দ 🫡✊️✊️✊️

17/04/2025
17/04/2025
বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা যোগী আদিত্য নাথে  সংগঠনৰ দায়িত্ব অৰ্পণ কৰা বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট...
17/04/2025

বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা যোগী আদিত্য নাথে সংগঠনৰ দায়িত্ব অৰ্পণ কৰা
বিশ্ব হিন্দু মহাসংঘৰ
ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক
আচাৰ্য সন্তোষ দুবে

গৰু বিহুৰ দিনাখনে দৰঙৰ পিপৰা দোকানত অসমৰ প্ৰথমখন গো-শালা উদ্ধোধন বিশ্ব হিন্দু মহাসংঘ গো-ৰক্ষা প্ৰকোষ । ৰাতিপুৱাতে গৰু ধুৱাই গামোছা, বিহুৱান, ফুলৰ মালাৰে পূজা কৰে।মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰে বিশ্ব হিন্দু মহাসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আচাৰ্য্য সন্তোষ ডুবে প্ৰমুখ্যে বিশ্ব হিন্দু মহাসংঘ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা মাতৃ প্ৰকষ্ট আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ভাৰ্গৱি লিমা মহন্ত ডাঙৰীয়ানী লগত মধুমিতা দাস সাংগঠনিক সম্পাদিকা মাতৃ প্ৰকষ্ট, ৰবিন ভূঞা কাৰ্য্যকৰী সভাপতি অসম প্ৰদেশ, অৰুপ বৰঠাকুৰক লৈ অসম প্ৰদেশৰ কেইবাগৰাকীও বিষয়ববীয়াই।পৰৱৰ্তী সময়ত অসমৰ প্ৰত্যেকখন জিলাতে দুখনকৈ গো-শালা স্হাপনৰ লক্ষ্য আগত লৈ যাত্ৰা আৰম্ভ কৰা হয়। গো-মাতাক সংৰক্ষণ তথা সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গো-শালা স্থাপন কৰা হৈছে ।।

Robin Bhuyan, President Vishwa Hindu Mahasangha Assam Pradesh.अध्यक्ष विश्व हिंदू महासंघ असम प्रदेश।
17/04/2025

Robin Bhuyan, President Vishwa Hindu Mahasangha Assam Pradesh.
अध्यक्ष विश्व हिंदू महासंघ असम प्रदेश।

Bhargavi Lima Mahanta, North East Prabhari, National General Secretary Viswa Hindu Mahasangha, President Matri Prokosth ...
08/03/2025

Bhargavi Lima Mahanta, North East Prabhari, National General Secretary Viswa Hindu Mahasangha, President Matri Prokosth Assam Pradesh. On this international women's day meet our tigress of Assam 🙏🙏

Address

Guwahati Assam Kamrup Metro
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Viswa Hindu Mahasangha Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share