Kali Mandir, Madhab Dev Nagar, Nambari

Kali Mandir, Madhab Dev Nagar, Nambari Nambari Kali Mandir
Located: Madhab Dev Nagar Near Nambari officer's colony Swimming pool

কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য,নামবাৰী কালি মন্দিৰলৈ late Upload Dated 19/10)2025
02/11/2025

কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য,
নামবাৰী কালি মন্দিৰলৈ
late Upload
Dated 19/10)2025

দক্ষিণ কালি, আধ্যা কালি, কালি নমা ৰূপা।তিনিওটা জগতৰ মোক্ষৰ ৰূপ মাতৃ ধৰ্ম।॥ জয় মহা কালি মা ॥
30/10/2025

দক্ষিণ কালি, আধ্যা কালি, কালি নমা ৰূপা।
তিনিওটা জগতৰ মোক্ষৰ ৰূপ মাতৃ ধৰ্ম।

॥ জয় মহা কালি মা ॥

অসমৰ সুৰ সম্ৰাট জুবীন গাৰ্গআজিৰ দিনটোত আপোনাক আমাৰ মাজৰ পৰা গৈ এটা মাহ পূৰ্ণ হ'ল।আপুনি শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু...
19/10/2025

অসমৰ সুৰ সম্ৰাট জুবীন গাৰ্গ
আজিৰ দিনটোত আপোনাক আমাৰ মাজৰ পৰা গৈ এটা মাহ পূৰ্ণ হ'ল।
আপুনি শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু আপোনাৰ সুৰ, আপোনাৰ সংগীত, আপোনাৰ উদ্যম — সদায় আমাৰ হৃদয়ত জীৱন্ত।
আপোনাৰ স্মৃতিৰ সুৰেৰে আমাৰ জীৱন আজিও বোলি উঠিছে।
আপুনি নাছিলেহেঁতেন, অসমীয়াৰ মনবোৰ আজি নীৰৱ হৈ পৰিলেহেঁতেন।
সদায় আপোনাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা। 🙏
জুবীন দা, আপুনি চিৰঅমৰ। 🎵💔

12/10/2025

Ma is Coming

12/09/2025

Address

Near, Officers Colony, Maligaon
Guwahati
781011

Website

Alerts

Be the first to know and let us send you an email when Kali Mandir, Madhab Dev Nagar, Nambari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share