বিশ্ব হিন্দু পৰিষদ শ্ৰীৰামপুৰ প্রখণ্ড

  • Home
  • India
  • Gossaigaon
  • বিশ্ব হিন্দু পৰিষদ শ্ৰীৰামপুৰ প্রখণ্ড

বিশ্ব হিন্দু পৰিষদ শ্ৰীৰামপুৰ প্রখণ্ড Hindu Dharma

জিলা অভ্যাস বর্গ
05/05/2026

জিলা অভ্যাস বর্গ


12/04/2026

আমি অসম পুলিচৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ নাবালিকা ভনীগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাত প্ৰদৰ্শিত দক্ষতা আৰু গতি সঁচাকৈয়ে প্ৰশংসনীয়। সমাজৰ সুৰক্ষা আৰু ন্যায় প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত তেওঁলোকৰ এই কৰ্মই উৎকৃষ্ট মানৱীয় মূল্যবোধৰ পৰিচয় দিছে। জয় শ্ৰী ৰাম।

11/04/2026

ধৰ্ণা! লভ জিহাদৰ বিৰুদ্ধে সংগ্ৰাম!

কোকৰাঝাৰ জিলাৰ ভোমোৰাবিল নং ২ত আমাৰ ১৪ বছৰীয়া হিন্দু ভণ্টী এজনীক এজন মিয়াৰ দ্বাৰা ল'ভ জিহাদ আৰু অপহৰণ কৰা হৈছে। এই ঘটনাক লৈ বিশ্ব হিন্দু পৰিষদ বজৰংগ দল কোকৰাঝাৰ জিলাৰ পৰা আমি তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লগতে আমাৰ ভণ্টীজনীক শীঘ্ৰে উদ্ধাৰ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক অনুৰোধ জনোৱা হৈছে। বিষয়টোত শীঘ্ৰে ব্যৱস্থা ল’বলৈও অনুৰোধ জনোৱা হ’ল।






20/01/2026

শ্রীৰামপুৰ মণ্ডল হিন্দু সংমিলন, হিন্দু সংমিলনত নৃত্য পদৰ্শন আদিবাসী সম্প্ৰদায়ৰ নৃত্য

20/01/2026

শ্রীৰামপুৰ মণ্ডল হিন্দু সংমিলন, হিন্দু সংমিলনত নৃত্য পদৰ্শন

19/01/2026

17/01/2026

Address

Srirampur
Gossaigaon
783361

Website

Alerts

Be the first to know and let us send you an email when বিশ্ব হিন্দু পৰিষদ শ্ৰীৰামপুৰ প্রখণ্ড posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share