Reeta Basumatary : wandering soul

Reeta Basumatary : wandering soul Devotela:name of almighty Shree shree Thakur ANUKULCHANDRA



https://www.youtube.com/
(1)

বৰষুণৰ বতৰ দাদা আৰু মা সকল জয় গুৰু
25/05/2026

বৰষুণৰ বতৰ দাদা আৰু মা সকল জয় গুৰু

Good night Dada and Maa Joy guru 🙏🙏🙏Dada and Maa all my dear followers
24/05/2026

Good night Dada and Maa
Joy guru 🙏🙏🙏Dada and Maa all my dear followers

24/05/2026

Satsang Deoghar

24/05/2026

নৃত্য ৰ তালে তালে আনন্দ উপভোগ কৰোঁ আহক দাদা আৰু মা সকল। দ্যৌ তৰন মহা মহোৎসৱ অৰুনাচল প্ৰদেশৰ সুন্দয্য চাওঁ আহক জয় গুৰু

24/05/2026
23/05/2026

23/05/2026

যজন যাজন ইষ্ট ভৃতি খালাম লামা মোনগোন জীওআও জৈ জাগোন জীওআ
জয় গুৰু দাদা আৰু মা সকল পৰম পিতাৰ ৰাতুল চৰনত সকলোৰে মঙ্গল প্ৰাথনা কৰিলোঁ।

22/05/2026

সৎসঙ্গ আইজল মিজোৰাম অহা ২৩ মে'২০২৬ শনিবাৰে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব দাদা আৰু মা সকল আহক আপোনালোকেও নিজকে সু স্বাস্থ্য কৰি ৰাখিবলৈ। জয় গুৰু

22/05/2026

পৰম পুয্যপাদ শ্ৰী শ্ৰী অবিন দাদা ই শ্ৰী মন্দিৰ উদ্বোধন কৰি ঠাকুৰ বৰমা বৰদা প্ৰতিষ্ঠা কৰিছে দাদা আৰু মা সকল আহক আমি ও একেলগে প্ৰনাম কৰোঁ। জয় গুৰু
শুভ দুপৰীয়া।

21/05/2026

বড়ো সাংস্কৃতিক অনুষ্ঠান পৰম্পৰাগত সাজ-পোছাক পিন্ধি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে দাদা আৰু মা সকল আহক আমি সকলোৱে আনন্দ উপভোগ কৰোঁ জয় গুৰু

21/05/2026

জয় গুৰু দাদা আৰু মা সকল বহাগী বিদায় উপলক্ষে সৎসঙ্গ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। গাঁৱৰ সকলো গুৰু ভাই দাদা আৰু মা সকলোৱে আনন্দ উপভোগ কৰিছে।
জয় গুৰু

Address

Goreswar To Rangia Road
Goreswar
781366

Website

Alerts

Be the first to know and let us send you an email when Reeta Basumatary : wandering soul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Reeta Basumatary : wandering soul:

Share