Boby Baruah

Boby Baruah সমাজলৈ ঈশ্বৰৰ বাৰ্তা প্ৰেৰণ কৰি সমাজ শৃংখলাবদ্ধ কৰা উদ্দেশ্য।

🌺🌺🌺 জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙা নাই।🌸🌸 🌹🌹সেয়ে সদায় আনন্দত থাকক।সু প্ৰভাত সকলোক...
11/03/2026

🌺🌺🌺 জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙা নাই।🌸🌸

🌹🌹সেয়ে সদায় আনন্দত থাকক।সু প্ৰভাত সকলোকে। সকলোৰে দিনটো শুভ হোৱাৰ কামনা কৰিলো।🌹🌹

উৎফুল্লিত অন্তৰ আৰু হাহি ভৰা মুখে তোমাক যি কোনো প্ৰাৰ্থনানতকৈ অধিক পৰিমাণে ঈশ্বৰৰ ওচৰলৈ নিব পাৰে ।সকলোকে সুপ্ৰভাত জনালোঁ...
10/03/2026

উৎফুল্লিত অন্তৰ আৰু হাহি ভৰা মুখে তোমাক যি কোনো প্ৰাৰ্থনানতকৈ অধিক পৰিমাণে ঈশ্বৰৰ ওচৰলৈ নিব পাৰে ।

সকলোকে সুপ্ৰভাত জনালোঁ।সকলোৰে দিনটো শুভ হোৱাৰ কামনা কৰিলো।

Rise and shine, everyone, a new day of possibilities awaits! 🌞💛🌈🎉
09/03/2026

Rise and shine, everyone, a new day of possibilities awaits! 🌞💛🌈🎉

সকলো শাৰীলৈ প্ৰণাম জনালোঁ 🙏🙏🙏🙏
08/03/2026

সকলো শাৰীলৈ প্ৰণাম জনালোঁ 🙏🙏🙏🙏

ঈশ্বৰৰ বাৰ্তাই সকলোকে সু প্ৰভাত জনালোঁ।সকলোৰে দিনটো শুভ হওঁক।কুশলে থাকক সকলো।
07/03/2026

ঈশ্বৰৰ বাৰ্তাই সকলোকে সু প্ৰভাত জনালোঁ।সকলোৰে দিনটো শুভ হওঁক।কুশলে থাকক সকলো।

ঈশ্বৰৰ বাৰ্তাই সকলোকে শুভৰাত্ৰি জনালোঁ। ঈশ্বৰে নিশাটো সকলোকে কুশলে ৰাখক ।সকলোকে ভাল টোপনি দিয়ক। 🌙💫🌃💤
06/03/2026

ঈশ্বৰৰ বাৰ্তাই সকলোকে শুভৰাত্ৰি জনালোঁ। ঈশ্বৰে নিশাটো সকলোকে কুশলে ৰাখক ।সকলোকে ভাল টোপনি দিয়ক। 🌙💫🌃💤

ঈশ্বৰৰ নাম লৈ দিনটো আৰম্ভ কৰিলে দিনটো শান্তি আৰু সুখেৰে ভৰি পৰে ।✅✅✅     সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো শুভ হোৱা ল...
06/03/2026

ঈশ্বৰৰ নাম লৈ দিনটো আৰম্ভ কৰিলে দিনটো শান্তি আৰু সুখেৰে ভৰি পৰে ।✅✅✅

সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো শুভ হোৱা লগতে ঈশ্বৰৰ আশীৰ্বাদৰে পৰিপূৰ্ণ হওঁক তাকে প্ৰাৰ্থনা কৰিলো 🙏🙏🙏

🌺🌺🌺🌺ফাগুনক লৈ এটি কবিতা লিখা প্ৰয়াস।আপোনালোকলৈ আগ বঢ়ালো ।🌺🌺🌺🌺
05/03/2026

🌺🌺🌺🌺ফাগুনক লৈ এটি কবিতা লিখা প্ৰয়াস।আপোনালোকলৈ আগ বঢ়ালো ।🌺🌺🌺🌺

গুগলে গোটেই পৃথিৱীখনৰ বাট দেখাব পাৰে কিন্ত মানুহ হোৱাৰ বাট ধৰ্ম শিক্ষা আৰু সংস্কাৰেহে  দেখুৱাই।✅✅✅
05/03/2026

গুগলে গোটেই পৃথিৱীখনৰ বাট দেখাব পাৰে কিন্ত মানুহ হোৱাৰ বাট ধৰ্ম শিক্ষা আৰু সংস্কাৰেহে দেখুৱাই।✅✅✅

Good afternoon everyone, may today bring you joy, growth and fulfillment. 🌞💛🌈🎉  afternoon
05/03/2026

Good afternoon everyone, may today bring you joy, growth and fulfillment. 🌞💛🌈🎉

afternoon

ঈশ্বৰৰ বাৰ্তাই সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো শুভ হওঁক।    Good morning everyone have a blessed day ahead,✅✅✅     ...
05/03/2026

ঈশ্বৰৰ বাৰ্তাই সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো শুভ হওঁক।

Good morning everyone have a blessed day ahead,✅✅✅

Address

Mrs BABI BARUAH
Golaghat
785611

Website

Alerts

Be the first to know and let us send you an email when Boby Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share