সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা All assam scheduled caste student union

  • Home
  • India
  • Golaghat
  • সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা All assam scheduled caste student union

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা All assam scheduled caste student union Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা All assam scheduled caste student union, Religious organisation, Golaghat.

Wellcome to all assam scheduled caste student union official page
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অফিচিয়েল পেজলৈ স্বাগতম
অনুসূচিত জাতিৰ প্ৰাপ্য আৰু অধিকাৰ আমাৰ সংগ্রাম
জয় আই অসম
জয় ভীম।

📍প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা শিৱসাগৰ,যোৰহাট আৰু গোলাঘাটৰ ৰাইজৰ কাষত সন্থাৰ সদস্যসকল। 📌এনে প্ৰলয় আৰু নহওক। 📌আমাৰ সকলোৰে...
29/07/2026

📍প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা শিৱসাগৰ,যোৰহাট আৰু গোলাঘাটৰ ৰাইজৰ কাষত সন্থাৰ সদস্যসকল।
📌এনে প্ৰলয় আৰু নহওক।
📌আমাৰ সকলোৰে সহযোগিতা ৰাইজৰ লগত আছিল,আছে আৰু থাকিব।

আজি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৰ “বিশেষ অভিনন্দন অনুস্থান“গোলাঘাট এমেচাৰ থিয়েটাৰ চ’ছাইটি প্ৰক্ষাগৃহট অনু...
07/07/2026

আজি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৰ
“বিশেষ অভিনন্দন অনুস্থান“
গোলাঘাট এমেচাৰ থিয়েটাৰ চ’ছাইটি প্ৰক্ষাগৃহট অনুস্থিত হয়।
#জয়ভীম

Parash Jyoti Das Khirud Kumar Das/ খিৰুদ কুমাৰ দাস Rajib Das Pranab Pratim Das Indra Prashad Das Josowanta Das PM Das Bibek Kashyap ঋতুপৰ্ণ দাস

সদৌ তিনিচুকীয়া জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৰ “শৈক্ষিক সজাগতা আৰু বিশেষ অভিনন্দন অনুস্থান“ ীমParash Jyoti Das Rajib D...
06/07/2026

সদৌ তিনিচুকীয়া জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ৰ
“শৈক্ষিক সজাগতা আৰু বিশেষ অভিনন্দন অনুস্থান“

ীম
Parash Jyoti Das Rajib Das Khirud Kumar Das/ খিৰুদ কুমাৰ দাস

আজিৰ পৰা সন্থাৰ দৈয়াং আঞ্চলিক সমিতিৰ উদ্যোগত ১৫ দিনীয়া "গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান" কাৰ্যসূচী মেৰাপানী টাউন উচ্চ ম...
06/07/2026

আজিৰ পৰা সন্থাৰ দৈয়াং আঞ্চলিক সমিতিৰ উদ্যোগত ১৫ দিনীয়া "গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান" কাৰ্যসূচী মেৰাপানী টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত শুভাৰম্ভণি কৰা হৈছে।
সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা
Parash Jyoti Das Rajib Das Khirud Kumar Das/ খিৰুদ কুমাৰ দাস Indra Prashad Das ঋতুপৰ্ণ দাস PM Das

02/07/2026
সদৌ বোকাখাত মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ “বিশেষ অভিনন্দন অনুস্থান“।  #জয়ভীমসদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্...
21/06/2026

সদৌ বোকাখাত মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ
“বিশেষ অভিনন্দন অনুস্থান“।

#জয়ভীম

সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা
Parash Jyoti Das Rajib Das Indra Prashad Das Josowanta Das Mousum Das

16/06/2026
📌সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আজি গহপুৰৰ আম্বেদকাৰ ভৱনত অনুস্থিত হয়...
15/06/2026

📌সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ
কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আজি গহপুৰৰ আম্বেদকাৰ ভৱনত অনুস্থিত হয়।
গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ উপস্থিতিয়ে সভাৰ কৌস্তৱ বৃদ্ধি কৰে। সন্থাৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জনাইছো।
কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ সহিতে কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা বিষয়ববীয়াৰ উপস্থিতিত অনুসূচিত জাতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।
📌সমুহ কৃতিমানক অভিনন্দন জনাইছো।
অনুস্থানভাগ অনুস্থিত কৰাৰ বাবে সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদকৰ লগতে সমুহ জিলা বিষয়ববীয়া,সন্থাৰ কৰ্মকৰ্তা তথা উপস্থিত ৰাইজলৈ ধন্যবাদ জনালো।

#জয়_ভীম

Pijush Hazarika Parash Jyoti Das Khirud Kumar Das/ খিৰুদ কুমাৰ দাস Rajib Das Milon Das Indra Prashad Das Parag Jyoti Das Pranab Pratim Das Paramananda Das Dr Harikanta Das Bhrigu Kumar Das

নৱ-নিৰ্বাচিত সমূহ সংগ্ৰামীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালো।  #জয়ভীম
15/06/2026

নৱ-নিৰ্বাচিত সমূহ সংগ্ৰামীলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালো।

#জয়ভীম

Address

Golaghat
785001

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা All assam scheduled caste student union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share