20/09/2025
সচাকৈয়ে অবিশ্বাস্য আমাৰ বাবে বৰ দুখৰ খবৰ। অসমৰ বিখ্যাত সংগীত শিল্পী হিয়াৰ অমঠু জুবিন গাৰ্গৰ
অকাল বিয়োগত অসমৰ লগতে সমগ্ৰ ভাৰত বৰ্ষৰ সাংস্কৃতিক জগতখনৰ বাবে
এটা অপূৰ্ণীয় ক্ষতি। মা দুৰ্গাৰ ওচৰত
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা
কৰিলোঁ। এনেকুৱা এটা দু:খৰ সময়ত
আমি আমাৰ ৬২ বছৰ গৰকা
চতিয়নি সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ তৰফৰ পৰা মহালয়ৰ
সাংস্কৃতিক অনুষ্ঠানটো বাতিল কৰাৰ সিদ্ধান্ত
গ্ৰহণ কৰা হৈছে🙏।
ইতি
চতিয়নি সাৰ্বজনীন দূৰ্গা পূজা সমিতি।