মিঞা সাহিত্য সভা

মিঞা সাহিত্য সভা কেৱল সাহিত্য, সংস্কৃতিৰ ওপৰত লিখা মেল?

15/06/2025
27/05/2025

সবেই বাইৰ ঐয়া আহো
✍️জহু মিঞা

বাইৰ ঐয়া আহো
সবেই বাইৰ ঐয়া আহো
বানান্নাগবো ঘৰ,বাচানন্নাগবো গোষ্ঠী
খেদানন্নাগবো মিঞা বিৰুধী
মিঞা দালাল
খালি দালালি না মিৰ্জাফৰো দেহো
বাইৰ ঐয়া আহো
সবেই বাইৰ ঐয়া আহো ।
ভাই ৰাস্তায় নামো
গণতান্ত্ৰিক পদ্ধতিতে
প্ৰয়োজনে ৰক্ত দেও
জাতি, গোষ্ঠীৰ মুক্তিৰ নামে
গৰ্জিয়া উঠো
বড়ো ভাইয়েৰ আদৰ্শ দেহো
তা ছাৰা কিন্তু গতি নাই
বাইৰ ঐয়া আহো
সবেই বাইৰ ঐয়া আহো।
মিঞাৰ মুক্তিৰ নামে
পথে যাইতে যে বাধা দেয়
তাৰেই মিৰ্জাফৰ বুইলা চিনো
মনে কৰো আমাগোই দোৱায় অৰা
বাঘা বাঘা মাতব্বৰ সাজে
কিন্তু জাতেৰ নিগা কি কৰছে দেহো
বাইৰ ঐয়া আহো
সবেই বাইৰ ঐয়া আহো।
গোষ্ঠীৰ গলায়
ডি,বিদেশী,সন্দেৰ মালা
তাই নিয়া কৰে খেলা
মিঞা নেতা মিঞাৰ পোলা
চোক খোলৰে ভাই চোক খোল
তোমাগো বাঘা পোলাৰ
কামেৰ সময় পৰে গোলামেৰ পালা
মিঞাৰ নামে কথা কৈবাৰ
বুকে সাহস নাই দেহো
বাইৰ ঐয়া আহো
সবেই বাইৰ ঐয়া আহো।

miyaayna2024@gmail.comএই মেইলত সকলোকে লেখা পঠিয়াবলৈ আহ্বান জনালোঁ। অহা ৰবিবাৰে মিঞা আয়নাৰ ৩২ সংখ্যা প্ৰকাশ পাব
22/05/2025

[email protected]
এই মেইলত সকলোকে লেখা পঠিয়াবলৈ আহ্বান জনালোঁ। অহা ৰবিবাৰে মিঞা আয়নাৰ ৩২ সংখ্যা প্ৰকাশ পাব

24/03/2025

হ'ব হ'ব বেছি দীঘল ভিডিঅ' নকৰিবি। মূৰ জোকাৰি কেমেৰা মেনক ইংগিত দিলে সাংসদ ৰকিবুল হুছেইনে।

16/03/2025

লেখাৰ অভাৱত মিঞা আয়না প্ৰকাশ কৰাত অসুবিধা হৈছে। অনুগ্ৰহ কৰি সকলোকে লেখা পঠাবলৈ অনুৰোধ জনালোঁ। মেইল- [email protected]
ধন্যবাদেৰে-
প্ৰকাশক গোষ্ঠী
মিঞা আয়না

15/03/2025
এইড্যা ব'লে চাচা মামাৰ দেশ             ✍️জহু মিঞা বুধু মিঞা ৰক্ত দিয়্যা  গুমাইছেআংগো মাতাৰ গাম পায়ে পৰাৰ পৰে কৰাইতে তৰক...
04/03/2025

এইড্যা ব'লে চাচা মামাৰ দেশ
✍️জহু মিঞা

বুধু মিঞা ৰক্ত দিয়্যা গুমাইছে

আংগো মাতাৰ গাম পায়ে পৰাৰ পৰে
কৰাইতে তৰকাৰি আৰ
পাইলাই অয় ভাত।


ছোট্ট কালে শুনছিলাম
আংগো দাদা ব'লে গাওবুঢ়্যা আছাল
দাদাৰ বাফে ফকিৰ মানুষ আছাল
তাই সালু কাফৰ পিন্দা থাকতো
তাৰেও ইংৰাজৰা ফাসি দিছাল
স্বাধীনতা চাওৱাৰ জনতে ।

আইজক্যা আবৰ নতুন ইংৰাজে আংগো
মানুষ বোইল্যাই মানবাৰ চায়না
ঘৰো বাইংগা দিতাছে
নতুন কইৰা জাগাও দিত্যাছেনা ।

হাৰামজাদাৰ কতা শুনছো !
এইড্যা ব'লে চাচা মামাৰ দেশ
তাই কিছুই কনজাবনা ।

হাৰে,
চাচাৰ দেশ এইড্যা ঐইলে
বাফেৰ দেশো তো এইড্যাই
কিছু কনজাবোনা ক্যে ?

আশলে এতো দিনে আমৰা
খালি হাৰামজাদাগো নেতা বানাইছি
ৰাজাৰ বাইত্তে জাইয়্যা খালি
বিল্যান্ন্যাগাল মেও মেও কৰছে ।

এইব্যাৰ আইয়া
খালি কৈলেই অয় -
‘আংগো বোট দেও নৈলে
অৰা দেশে থাকপাৰ দিবোনা’
অমনেই হাৰামিগো পিঠে হলাঠি বাঙ্গুম।

জহু মিঞাৰ নাতি            ✍️ জহু মিঞা আটতাছি কনে জামু জানিনা ঘৰেৰ খেতা পাতুনি আৰ বাপ-চাচাগো পৰিচয়-সম্বল সবি কেত্তলায় ন...
05/02/2025

জহু মিঞাৰ নাতি
✍️ জহু মিঞা
আটতাছি
কনে জামু জানিনা

ঘৰেৰ খেতা পাতুনি আৰ
বাপ-চাচাগো পৰিচয়-সম্বল
সবি কেত্তলায় নিছি

যতই ৰং বদলাই আৰ আকাশে উৰি
পৰিচয় তো জহু মিঞাৰ নাতি
দ্বিতীয় জহু মিঞা

ধান,সবজি,হৈশ্যা,পাট খেত সবকিছুই পাৰি
বিল্ডিং, ৰাস্তা-ঘাট, দলং, হাজিৰা কতো যে কি কৰি
কিন্তু আমাৰ.......
স্কুল-কলেজ,মাটি-বাৰী,কথা,দেশ, হাসি-কান্দা
কোনো কিছুই নাই
অধিকাৰ থাকলেও আ কৰাহাৰিন‍্যা

আমি জহু মিঞাৰ নাতি
তাই মানুস ঐয়া হাৰিন‍্যাই

 #মিঞা আয়না  #সংখ্যা২৯
05/02/2025

#মিঞা আয়না
#সংখ্যা২৯

মিঞা সমাজত প্ৰচলিত আন এপদ খাদ্য সংস্কৃতি কুলি(পুলি) নাস্তা আৰু তৈৰীৰ কিটিপ। আপুনিও ঘৰত বনাই খাব পাৰে নিম্নোক্ত ধৰণে।
26/01/2025

মিঞা সমাজত প্ৰচলিত আন এপদ খাদ্য সংস্কৃতি কুলি(পুলি) নাস্তা আৰু তৈৰীৰ কিটিপ। আপুনিও ঘৰত বনাই খাব পাৰে নিম্নোক্ত ধৰণে।

Address

Goalpara
783132

Telephone

7002064982

Website

Alerts

Be the first to know and let us send you an email when মিঞা সাহিত্য সভা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share