Mintu Das Siwan,BIHAR

Mintu Das Siwan,BIHAR Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mintu Das Siwan,BIHAR, Church of God, Shankardev path jyotikuchi by lane7, Gauhati.

वो अविनाशी परमात्मा कौन?जो सभी इंसानों को एक तरह बनाया,जब इंसान एक तरह तो भगवान अनेकों क्यों? क्या सही में सबका भगवान अलग-अलग है,किसने छह दिन में सृष्टि रची है, visit for san Rampal ji Maharaj

08/01/2026



By worshipping the supreme God Kabir one attains complete salvation. Without salvation one remains in the cycle of birth

 #शराब_पीना_महापापসন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰচেষ্টাত নিচামুক্তিৰ বাবে বহু পৰিয়ালত নাৰী সবল হৈ পৰিছে কাৰণ তেওঁলোকৰ ওপৰত...
31/12/2025

#शराब_पीना_महापाप
সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰচেষ্টাত নিচামুক্তিৰ বাবে বহু পৰিয়ালত নাৰী সবল হৈ পৰিছে কাৰণ তেওঁলোকৰ ওপৰত হোৱা অত্যাচাৰৰ অন্ত পৰিছে।
GodKabir NewYear Msg

 #शराब_पीना_महापापসন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰচেষ্টাত মাদকদ্ৰব্যমুক্ত সমাজৰ ভেটি অকল ভাৰততে নহয়, বিশ্বতো স্থাপন কৰা হৈছ...
31/12/2025

#शराब_पीना_महापाप
সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰচেষ্টাত মাদকদ্ৰব্যমুক্ত সমাজৰ ভেটি অকল ভাৰততে নহয়, বিশ্বতো স্থাপন কৰা হৈছে।
GodKabir NewYear Msg

 #शराब_पीना_महापापকবীৰ, ঔগুণ কহূঁ  শৰাব কা, জ্ঞানৱন্ত শুন লেয়।মানুষ সৌঁ পশুৱা কৰৈ, দ্ৰব্য গাঁঠ কা দেয়।।সন্ত ৰামপাল গুৰু ...
31/12/2025

#शराब_पीना_महापाप
কবীৰ, ঔগুণ কহূঁ শৰাব কা, জ্ঞানৱন্ত শুন লেয়।
মানুষ সৌঁ পশুৱা কৰৈ, দ্ৰব্য গাঁঠ কা দেয়।।
সন্ত ৰামপাল গুৰু মহাৰাজে বেদ, গীতা আৰু কবীৰসাগৰ আদি শাস্ত্ৰৰ আধাৰত মাদকদ্ৰব্যৰ কু-প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰিছে।
GodKabir NewYear Msg

 #शराब_पीना_महापापগৰীব, মদিৰা পীৱৈ কড়ৱা পানী, সত্তৰ জন্ম শ্বান কে জানী। অৰ্থাৎ মদ খোৱা ব্যক্তিয়ে কুকুৰৰ জীৱন পায়। এই ধৰ...
31/12/2025

#शराब_पीना_महापाप
গৰীব, মদিৰা পীৱৈ কড়ৱা পানী, সত্তৰ জন্ম শ্বান কে জানী।
অৰ্থাৎ মদ খোৱা ব্যক্তিয়ে কুকুৰৰ জীৱন পায়। এই ধৰণৰ জ্ঞানেৰে বহু নিচাসক্তই নিচা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ নিৰ্দেশনাত নতুন জীৱন আৰম্ভ কৰিছে।
GodKabir NewYear Msg

 #शराब_पीना_महापापকবীৰ, ভাং তমাখূ ছোতৰা, তম্বাখূ ঔৰ শৰাব।কবীৰ কৌন কৰৈ বন্দগী, য়ে তো ঘনে খৰাব।।সন্ত ৰামপাল গুৰু মহাৰাজৰ স...
31/12/2025

#शराब_पीना_महापाप
কবীৰ, ভাং তমাখূ ছোতৰা, তম্বাখূ ঔৰ শৰাব।
কবীৰ কৌন কৰৈ বন্দগী, য়ে তো ঘনে খৰাব।।
সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগত জ্ঞান আৰু আত্মজাগৰণৰ শক্তি আছে, যিয়ে মানুহক বেয়া কামৰ পৰা ৰক্ষা কৰে।
GodKabir NewYear Msg

 #शराब_पीना_महापापসন্ত ৰামপাল গুৰু মহাৰাজে নিচাক সামাজিক আৰু ব্যক্তিগত ধ্বংসৰ কাৰণ বুলি অভিহিত কৰে, যাৰ বাবে মানুহ সচেতন...
31/12/2025

#शराब_पीना_महापाप
সন্ত ৰামপাল গুৰু মহাৰাজে নিচাক সামাজিক আৰু ব্যক্তিগত ধ্বংসৰ কাৰণ বুলি অভিহিত কৰে, যাৰ বাবে মানুহ সচেতন হৈ পৰিছে।
GodKabir NewYear Msg

 #शराब_पीना_महापापকবীৰ, অমল অহাৰী আত্মা, কবহুঁ না পাৱৈ পাৰ।কহৈ কবীৰ পুকাৰ কে, ত্যাগো সব হী ৱিকাৰ।।সন্ত ৰামপাল গুৰু মহাৰা...
31/12/2025

#शराब_पीना_महापाप
কবীৰ, অমল অহাৰী আত্মা, কবহুঁ না পাৱৈ পাৰ।
কহৈ কবীৰ পুকাৰ কে, ত্যাগো সব হী ৱিকাৰ।।
সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ সৎসংগৰ জৰিয়তে আধ্যাত্মিক জ্ঞান প্ৰদান কৰে, যিয়ে মানুহক নিচাৰ অভ্যাস ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰে।
GodKabir NewYear Msg

 #शराब_पीना_महापापনিচামুক্ত সমাজৰ লক্ষ্যসন্ত ৰামপাল গুৰু মহাৰাজৰ মূল লক্ষ্য হৈছে সমাজখনক নিচামুক্ত কৰা, তাৰ বাবে তেওঁ অন...
31/12/2025

#शराब_पीना_महापाप
নিচামুক্ত সমাজৰ লক্ষ্য
সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল লক্ষ্য হৈছে সমাজখনক নিচামুক্ত কৰা, তাৰ বাবে তেওঁ অনুগামীসকলক নিচাৰ পৰা আঁতৰি থকাৰ শিক্ষা দিয়ে।
GodKabir NewYear Msg

Address

Shankardev Path Jyotikuchi By Lane7
Gauhati
781034

Website

Alerts

Be the first to know and let us send you an email when Mintu Das Siwan,BIHAR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category