Bhadoi Sarbajanin Durga Puja Samiti

Bhadoi Sarbajanin Durga Puja Samiti 40th Sarbajanin Durga Puja Samiti

Results for the Art Competition held on 15 October 2023(Sunday)
28/10/2023

Results for the Art Competition held on 15 October 2023(Sunday)

মহালয়াৰ শুভেচ্ছা...   #দুৰ্গাপূজা2023
13/10/2023

মহালয়াৰ শুভেচ্ছা...

#দুৰ্গাপূজা2023

13/10/2023

ভাদৈবাসী ৰাইজক মহালয়াৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান তথা প্রভাত ফেৰীৰ নিমন্ত্ৰণ

#দুৰ্গাপূজা2023

এইবেলিও অহা ২৬ আহিন, ২, ৩, ৪, ৫ আৰু ৬ কাৰ্তিক ১৪৩০ ভাস্কৰাব্দ (১৪, ২০, ২১, ২২, ২৩, আৰু ২৪ অক্টোবৰ, ২০১৩ খ্ৰীষ্টাব্দ) তাৰ...
04/09/2023

এইবেলিও অহা ২৬ আহিন, ২, ৩, ৪, ৫ আৰু ৬ কাৰ্তিক ১৪৩০ ভাস্কৰাব্দ (১৪, ২০, ২১, ২২, ২৩, আৰু ২৪ অক্টোবৰ, ২০১৩ খ্ৰীষ্টাব্দ) তাৰিখে বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহত্তৰ ভাদৈ পাঁচআলি অঞ্চলৰ ঐতিহ্যমণ্ডিত দুৰ্গা পূজা ‘ভাদৈ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে’ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ভাদৈ শিৱ-কালি মন্দিৰ প্ৰাঙ্গনত মহামায়া শ্ৰীশ্রী দুর্গা দেৱীৰ পূজা অৰ্চনা কৰাৰ মানস কৰা হৈছে।

পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীতে আপোনাৰ/আপোনাসৱৰ উপস্থিতি আৰু সু-দিহা পৰামৰ্শ কামনা কৰি আন্তৰিকতাৰে নিমন্ত্ৰণ জনালোঁ। আশা কৰো আপোনাৰ/আপোনাসৱৰ সহৃদয় সহযোগিতাত পূজা সুকলমে আৰু সফলতাৰে উদযাপন কৰিব পাৰিম। ইতি—


।। ৪০তম ভাদৈ সাৰ্বজনীন দুৰ্গা পূজা সমিতি ।।

সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা। যোৱা ১৭ আগষ্ট তাৰিখে ভাদৈ শিৱ-কালি মন্দিৰৰ প্রেক্ষাগৃহত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ বিষয়...
20/08/2023

সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা। যোৱা ১৭ আগষ্ট তাৰিখে ভাদৈ শিৱ-কালি মন্দিৰৰ প্রেক্ষাগৃহত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ বিষয়ে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত ৪০তম ভাদৈ সাৰ্বজনীন দূর্গা পূজাৰ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। সভাই ৪০ তম ভাদৈ সাৰ্বজনীন দুৰ্গা পুজা সমিতিৰ সভাপতি হিচাপে শ্ৰীমতী শালিনী দত্তক আৰু সম্পাদক হিচাপে শ্ৰীযুত জীত দত্তক দায়িত্ব প্ৰদান কৰে।

জয় মা দুৰ্গা জয় মা

Address

Bhadoi Panchali
Duliajan
786191

Website

Alerts

Be the first to know and let us send you an email when Bhadoi Sarbajanin Durga Puja Samiti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share