Desangmukh Hari Mandir

Desangmukh Hari Mandir Official Page Of Desangmukh Hari Mandir

HARI MANDIR OF DESANGMUKH IS A VERY POPULAR AND HISTORICAL PLACE ESTABLISHED IN 1949.AS A RELIGIOUS PROGRAMME IF YOU WANT TO HELP OR DONATE $ YOU ARE HEARTILY REQUESTED TO VISIT THE TEMPLE AUTHORITIES OR CONTACT US VIA MESSAGE. THE TEMPLE WILL BE ABLE TO EARN IT'S REPUTATION BY SUCH A SMALL HELP OF YOU.
হৰে কৃষ্ণ হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে হৰে
হৰে ৰাম হৰে ৰাম
ৰাম ৰাম হৰে হৰে

04/03/2026
"ঐতিহ্যমণ্ডিত দিচাংমুখৰ হৰি মন্দিৰৰ পবিত্ৰ দৌল উৎসৱ উপলক্ষে সমগ্ৰ ৰাইজক জনালোঁ আন্তৰিক ওলগ আৰু শুভকামনা। ফাকুৱাৰ বিচিত্ৰ...
03/03/2026

"ঐতিহ্যমণ্ডিত দিচাংমুখৰ হৰি মন্দিৰৰ পবিত্ৰ দৌল উৎসৱ উপলক্ষে সমগ্ৰ ৰাইজক জনালোঁ আন্তৰিক ওলগ আৰু শুভকামনা। ফাকুৱাৰ বিচিত্ৰ ৰঙৰ দৰেই আপোনালোকৰ জীৱনবোৰো আনন্দ, উৎসাহ আৰু সদ্ভাৱেৰে ৰঙীন হৈ পৰক। হৰি মন্দিৰৰ এই আধ্যাত্মিক পৰিৱেশে সকলোৰে মনলৈ শান্তি আৰু একতাৰ বাৰ্তা কঢ়িয়াই আনক।
সকলোকে দ'ল পূৰ্ণিমা আৰু ফাকুৱাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। ৰাধে ৰাধে

দিচাংমুখৰ আলিছিগা সমূহ ৰাইজৰ উদ্যোগত আলিছিগা গাঁৱৰ শিৱ মন্দিৰ  তথা হৰি মন্দিৰ প্ৰাঙ্গণত মহা শিৱৰাত্ৰি তথা শিৱ চতুৰ্দশী ত...
11/02/2026

দিচাংমুখৰ আলিছিগা সমূহ ৰাইজৰ উদ্যোগত আলিছিগা গাঁৱৰ শিৱ মন্দিৰ তথা হৰি মন্দিৰ প্ৰাঙ্গণত মহা শিৱৰাত্ৰি তথা শিৱ চতুৰ্দশী তিথি আয়োজন কৰা হৈছে। সময় সূচী আৰম্ভ দেওবাৰ ১৫ ফেব্ৰুৱাৰী, ২০২৬, সন্ধিয়া ৫:০৪ বজাৰ পৰা– সোমবাৰ, ১৬ ফেব্ৰুৱাৰী, ২০২৬, সন্ধিয়া ৫:৩৪ বজালৈ। সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ পূজা স্থলীত উপস্থিত হৈ দিহা পৰামৰ্শ তথা সহায় সহযোগ কৰিবলৈ আমন্ত্ৰণ থাকিল।

🙏Radhe Radhe 🙏
10/02/2026

🙏Radhe Radhe 🙏

ভাগৱত ভ্ৰমণ 🙏
09/02/2026

ভাগৱত ভ্ৰমণ 🙏

Address

Disangmukh
785663

Alerts

Be the first to know and let us send you an email when Desangmukh Hari Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category