Ahmadiyya muslim jamat Assam

Ahmadiyya muslim jamat Assam If you know what is Real teachings of islam then call our toll free number -1800 103 2131

অষ্ট্ৰেলিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতআহমদীয়া মুছলিম জামাতৰ বিশ্ব প্ৰধানৰ বিবৃতি১৪ ডিচেম্বৰ ২০২৫আজিৰ দিনটোতে অষ...
15/12/2025

অষ্ট্ৰেলিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত
আহমদীয়া মুছলিম জামাতৰ বিশ্ব প্ৰধানৰ বিবৃতি

১৪ ডিচেম্বৰ ২০২৫

আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ছিডনিৰ বণ্ডাই বিচত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত, আহমদীয়া মুছলিম জামাতৰ বিশ্ব প্ৰধান, হযৰত মিৰ্জা মছৰুৰ আহমদ (খলিফাতুল মছীহ পঞ্চম) এইদৰে কৈছে—

“বিশ্বজুৰি বিস্তৃত আহমদীয়া মুছলিম জামাতৰ পক্ষৰ পৰা মই অষ্ট্ৰেলিয়াত নিৰ্দোষী ইহুদী সমাজৰ লোকসকলক লক্ষ্য কৰি কৰা এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণক অত্যন্ত কঠোৰ ভাষাত নিন্দা জনাওঁ।

এনেধৰণৰ হিংসাত্মক কাৰ্য কোনোপধ্যে ন্যায়সংগত হ’ব নোৱাৰে। ইছলামে মানৱ জীৱনৰ পৱিত্ৰতাক সম্পূৰ্ণ গুৰুত্ব দিয়ে আৰু ঘোষণা কৰে যে এজন নিৰ্দোষ ব্যক্তিক হত্যা কৰা মানে সমগ্ৰ মানৱজাতিক হত্যা কৰাৰ সমান। সেয়ে সন্ত্ৰাসবাদ আৰু ঘৃণাৰে ভৰা সকলো কাৰ্য ইছলামৰ সত্য শিক্ষা সম্পূৰ্ণৰূপে বিপৰীত। মুছলমান হিচাপে আমাৰ বিশ্বাসে আমাক সকলো ধৰ্ম আৰু বিশ্বাসৰ লোকৰ প্ৰতি প্ৰেম, দয়া আৰু কৰুণা প্ৰদৰ্শন কৰিবলৈ আদেশ দিয়ে।

এই শোকাৱহ ঘটনাত প্ৰভাৱিত সকলো লোকৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ।” 🙏

11/12/2025
11/12/2025

Please subscribe our Islam in India channel

11/12/2025

Address

Boiragimath Near Donbosco Shcool
Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Ahmadiyya muslim jamat Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Ahmadiyya muslim jamat Assam:

Share