পল্টন বজাৰ ৰাজহুৱা নামঘৰ

পল্টন বজাৰ ৰাজহুৱা নামঘৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পল্টন বজাৰ ৰাজহুৱা নামঘৰ, Hindu temple, পল্টন বজাৰ, ডিব্ৰুগড়, Dibrugarh.

আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলোঁ🙏
24/01/2026

আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলোঁ🙏

শুভ জন্মাষ্টমী🙏
14/09/2025

শুভ জন্মাষ্টমী🙏

🙏
18/08/2025

🙏

বিশ্বশান্তি আৰু জনগণৰ কল্যাণাৰ্থে অহা ২৩ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰী, ২০২৫ তাৰিখলৈকে পল্টন বজাৰ ৰাজহুৱা নামঘৰত পঞ্চমবাৰৰ ব...
22/01/2025

বিশ্বশান্তি আৰু জনগণৰ কল্যাণাৰ্থে অহা ২৩ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰী, ২০২৫ তাৰিখলৈকে পল্টন বজাৰ ৰাজহুৱা নামঘৰত পঞ্চমবাৰৰ বাবে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। সাতদিনীয়া কার্যসূচীৰে আয়োজিত ভাগৱত পাঠৰ লগত সংগতি ৰাখি অহা ৩১ জানুৱাৰী, ২০২৫ তাৰিখে সন্ধিয়া ৬:০০ বজাত ভকত আৰু স্থানীয় যুৱবৃন্দৰ সহযোগত প্রদর্শিত হ’ব ‘বলিচলন’ শীর্ষক ভাওনা। অবিৰত ভাগৱত পাঠৰ আটাইকেইটা দিনতে আপোনালোকৰ সহায়-সহযোগিতা আৰু দিহা-পৰামর্শ কামনা কৰা হ'ল। ধন্যবাদ।🙏

আপোনালোকৰ সহায়-সহযোগিতা আৰু দিহা-পৰামর্শ কামনা কৰা হ'ল। ধন্যবাদ।🙏
22/11/2024

আপোনালোকৰ সহায়-সহযোগিতা আৰু দিহা-পৰামর্শ কামনা কৰা হ'ল। ধন্যবাদ।🙏

যোৱা ইং ০৩-১১-২০২৪ তাৰিখে পল্টন বজাৰ ৰাজহুৱা নামঘৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। প্ৰায় দুই শতাধিক সদস্যৰ উপস্থিতিত ...
05/11/2024

যোৱা ইং ০৩-১১-২০২৪ তাৰিখে পল্টন বজাৰ ৰাজহুৱা নামঘৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। প্ৰায় দুই শতাধিক সদস্যৰ উপস্থিতিত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে-পঞ্চমবাৰৰ বাবে অহা ২৩ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা ৩০ জানুৱাৰী,২০২৫ তাৰিখলৈকে অবিৰত ভাগৱত পাঠ আৰু ৩১ জানুৱাৰী, ২০২৫ তাৰিখে নামঘৰৰ ভকত তথা স্থানীয় যুৱকবৃন্দৰ দ্বাৰা এখনি ভাওনা উদ্‌যাপন কৰা হওক।
গতিকে, উক্ত ভাগৱত পাঠ আৰু ভাওনাখনিলৈ সকলোৰে সহযোগিতা কামনা কৰা হ'ল।🙏🙏🙏

ভাগৱত ভ্ৰমণ🙏🙏
12/10/2024

ভাগৱত ভ্ৰমণ🙏🙏

পবিত্ৰ ভাদ মাহৰ নাম সামৰণি🙏  #২০২৪ ❤️
19/09/2024

পবিত্ৰ ভাদ মাহৰ নাম সামৰণি🙏 #২০২৪ ❤️

জয় গুৰু শঙ্কৰ
04/09/2024

জয় গুৰু শঙ্কৰ

Address

পল্টন বজাৰ, ডিব্ৰুগড়
Dibrugarh
786005

Website

Alerts

Be the first to know and let us send you an email when পল্টন বজাৰ ৰাজহুৱা নামঘৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category