Dr.Mukut Kumar Devnath

Dr.Mukut Kumar Devnath Dr. Mukut Kumar Devnath
Bharatiya Janata Party Assam Pradesh
2016 Assembly Election Candidate
Contact No 9401398847 whats app No 8134903773

It's a journeynot a racekeep goingat your own paceself motivation Mukut
24/04/2023

It's a journey
not a race
keep going
at your own pace
self motivation Mukut

महावीर चिलाराय भारतभुमि के शान मे खुद को न्योछावर करनेवाले युगश्रेष्ठ वीरो मे अन्यतम हैं। जिन्होंने अपनी युद्ध कौशल मे "...
27/02/2021

महावीर चिलाराय भारतभुमि के शान मे खुद को न्योछावर करनेवाले युगश्रेष्ठ वीरो मे अन्यतम हैं। जिन्होंने अपनी युद्ध कौशल मे "गरीला युद्धकला" का उपयोग किया था। जो वीर शीवाजी महाराज से भी पहले के समय मे असम भुमि मे अपना गौरव अक्षुण्ण रखने के लिए उपयोगी साबित हुआ । आज वीर चिलाराय दिवस के इस पावन अवसर पर उस महावीर को शत शत नमन।
जय आइ असम।
भारत माता की जय।

निकट है वो ऐतिहासिक क्षण। आधुनिक भारत के चाणक्यस्वरूप आदरनीय गृहमंत्री अमित शाहजी के करकमल से फिर से लिखा जायेगा ईतिहास।...
25/02/2021

निकट है वो ऐतिहासिक क्षण। आधुनिक भारत के चाणक्यस्वरूप आदरनीय गृहमंत्री अमित शाहजी के करकमल से फिर से लिखा जायेगा ईतिहास। भारतीय संस्कृति की विभिन्नता जुर जायेगा उस स्वर्णिम अतीत के साथ। जब विश्व के प्रान्तों मैं हुआ करता था भारतीयों के जय जय कार।
मैं नमन करता हूँ भारत के पूर्वजों को जिनके पुरूषार्थ ने जम्बूद्वीप मे स्वर्ण युग की स्थापना कर विश्व कल्याण मैं अपना योगदान दिया था। मैं आदर और सद्भाव के साथ आप सभी को आमंत्रित करता हूँ ईस पवित्र क्षण के साक्षी बन जीवन को साकार करने के लिए।
जय आइ असम
भारत माता की जय
🙏

🙏🙏🙏
17/02/2021

🙏🙏🙏

A warm Birthday greetings to Hon'ble National General Secretary Dilip Saikia Da.You are the inspiration
17/02/2021

A warm Birthday greetings to Hon'ble National General Secretary Dilip Saikia Da.
You are the inspiration

*গুৰুজনাৰ পৱিত্ৰ কৰ্মৰাজি,শংকৰদেৱ শিশু বিদ্যা নিকেতনআৰু ইয়াক লৈ চলি থকা বিতৰ্ক সমূহ*জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহি...
13/02/2021

*গুৰুজনাৰ পৱিত্ৰ কৰ্মৰাজি,
শংকৰদেৱ শিশু বিদ্যা নিকেতন
আৰু ইয়াক লৈ চলি থকা বিতৰ্ক সমূহ*

জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণ ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম।।

ভুৰুকাত হাটী ভৰোৱা গুৰুজনাই বিশাল ভাৰতীয় সভ্যতাৰ মূলসুঁতিত অসমীয়া জাতিক একত্ৰ কৰি উত্তৰ পূৰ্বাঞ্চলক বিশ্ব দৰবাৰত মুৰ দাঙি থিয় হ'ব পৰা কৰি থৈ গ'ল।
নৱবৈষ্ণৱ ধৰ্মৰ সমান্তৰালকৈ জগতগুৰুজনাৰ বৈষ্ণৱী সাহিত্য‌ই যুগ যুগান্তৰলৈ অসমীয়া জাতিক সমৃদ্ধিশালী কৰি ৰাখিব।
পিছে আমি আমাৰ সভ্যতাৰ পিতৃ পুৰুষ গৰাকীৰ বাবে কি কৰিছোঁ?
চিহ্নযাত্ৰা ভাওঁনাৰ প্ৰচলনৰ বহু বছৰ পিছত জন্ম হোৱা শ্বেইকছপীয়েৰৰ আজি বিশ্বজুৰি যি সুনাম আছে, তাৰ কিঞ্চিত মানো আমি গুৰুজনাক দিব পাৰিছোনে?
মেকবেথ, হেমলেট আদিৰ প্ৰচলিত জনপ্ৰিতাতকৈ বহু উৰ্দ্ধলৈ আমি নিবলৈ পাৰিমনে প,কা,কে,ৰু,পা,ৰা- ৰ গৌৰৱক?

ৰাজনীতি,সমাজনীতিৰ বহু উৰ্দ্ধত অৱস্থান কৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হ'ব লাগে জাতিটোৰ লক্ষ্য।

জগতগুৰুজনাৰ জীৱন দৰ্শন ইতিমধ্যে এক বিশ্ব পৰ্যায়ৰ অনুষ্ঠানলৈ পৰ্যবসিত হৈছে। বহু নিঃস্বাৰ্থ সাধকৰ নিৰলস প্ৰচেষ্টাত বিশ্ব‌ই শংকৰগুৰুৰ মহিমা বুজি পাবলৈ সক্ষম হৈছে। পিছে ইয়াতে জানো সীমাবদ্ধ আছে সকলো? নানা মুনিৰ নানা মতে গুৰুজনাৰ মহিমাক অৱনমিত কৰিবলৈ উদ্যত হোৱাটোও বহুসময়ত দেখিবলৈ পোৱা গৈছে।

*শেহতীয়াকৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনক লৈ চলি থকা বিতৰ্ক‌ই বহুতো কথাই সূচাইছে*

ক্ষুদ্ৰ চিন্তাৰ পৰিধিৰ আৱেষ্টনীত বান্ধ খাই থাকি সমাজত বিবেকহীন চিন্তা বিয়পাই দিয়াৰ যি প্ৰয়াস চলিছে,তাক সমাজে ওফৰাই দিব। লগতে প্ৰজ্ঞা সাধনাৰ এটি মহৎ অনুষ্ঠানৰ গৰিমাত কালিমা সানিবলৈ কৰা প্ৰচেষ্টাক নিৰস্ত্ৰ কৰিব বুলি আশা ৰাখিলোঁ।

"হে জন্মভূমি মাএই জনমত তোমাৰ কৰুণাকেনেকৈ শুজিম ধাৰ জন্মভূমি মা" একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা,  প্ৰৱল ৰাষ্ট্ৰীয়তাবাদী, প্ৰচ...
11/02/2021

"হে জন্মভূমি মা
এই জনমত তোমাৰ কৰুণা
কেনেকৈ শুজিম ধাৰ
জন্মভূমি মা"
একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা, প্ৰৱল ৰাষ্ট্ৰীয়তাবাদী, প্ৰচণ্ড দেশপ্ৰেমিক, অন্ত্যোদয়ৰ সংকল্পৰে সমাজৰ অতি দুৰ্বল জনকো বিকাশৰ পথলৈ আগবঢ়াই অনাৰ অভিপ্ৰায়েৰে মা ভাৰতীক ধন্য কৰা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পূণ্য তিথি "সমৰ্পণ দিৱস"ত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

 #বটদ্ৰৱাআমাৰআমিবটদ্ৰৱাৰ ধিঙৰ বাকৰিতে শৈশৱ - কৈশোৰৰ দেওনা পাৰ হৈ  আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হলোঁ।ছাত্ৰ অৱস্থাতে ...
11/02/2021

#বটদ্ৰৱাআমাৰআমিবটদ্ৰৱাৰ
ধিঙৰ বাকৰিতে শৈশৱ - কৈশোৰৰ দেওনা পাৰ হৈ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হলোঁ।

ছাত্ৰ অৱস্থাতে জন্ম-মৃত্যুৰ মাজৰ যুঁজখন ওচৰৰ পৰা দেখিবলৈ পাইছোঁ। পৰিস্থিতিয়ে জুৰুলা কৰা মানুহৰ জীৱনৰ কষ্টবোৰ হ্ৰাস কৰাৰ হাবিয়াস এটি মনত পুহি জীৱনৰ বাট বুলিলো।
চিকিৎসকৰ বৃত্তিটোৰ জৰিয়তে বহুতো লোকৰ আশীৰ্বাদৰ পাত্ৰ হৈছিলোঁ। পিছে লগতে আহিছিল বহুতো সমস্যা। সাময়িক পৰিস্থিতিৰ অস্থিৰ অৱস্থাখিনিয়ে প্ৰায়ে ব্যতিব্যস্ত কৰি তুলিছিল। মনে বাৰে বাৰে উচিত পথ বিচাৰি হাবাথুৰি খাইছিল।
এনে বহুতো চিন্তা-ভাৱনা বুকুত বান্ধি ৰাজনৈতিক পথাৰখনত খোজ দিয়াৰ সিদ্ধান্ত লৈ ২০০৩ চনত পৌৰসভা নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ।
পিছত ক্ৰমান্বয়ে ২০০৬ ৰ বিধানসভা নিৰ্বাচনকে ধৰি বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা হিচাপে কৰ্ম সম্পাদন কৰি আছোঁ।
এইবাৰ বিধানসভা নিৰ্বাচন - ২০২১ ত বটদ্ৰৱা বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ পদধূলা আৰু আশীৰ্বাদ বিচাৰি সেৱা জনাইছোঁ।
বিজেপি জিন্দাবাদ
জয় আই অসম
ভাৰত মাতা কী জয়

Welcome Modiji 🙏
07/02/2021

Welcome Modiji 🙏

Address

83 No Dhing Constituency
Dhing
782123

Telephone

9401398847

Website

Alerts

Be the first to know and let us send you an email when Dr.Mukut Kumar Devnath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Dr.Mukut Kumar Devnath:

Share