Satsang Dhemaji

Satsang Dhemaji It is a religious place, which is visited to be filled with spiritual and religious concerns.

24/11/2025

পৰম পূজ্যপাদ আচাৰ্যদেৱ আৰু পূজনীয় অবিন দাদাৰ আশীৰ্বাদত ধেমাজি, লখিমপুৰ, মাজুলী আৰু অৰুণাচলৰ পূব ছিয়াং জিলাৰ সৌজন্যত "চিমেন চাপৰি সৎসংগ বিহাৰ" প্ৰাংগনত "১৩৮তম শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ জন্ম মহোৎসৱ"ৰ লগত সংগতি ৰাখি "তপধায়িনি মহামহোৎসৱ" অহা ৭ ডিচেম্বৰ ২০২৫ ত অনুষ্ঠিত কৰা হব।।
সকলোকে জাতি-ধৰ্ম নিৰ্বিশেষে দলে বলে যোগদান কৰি উৎসৱটি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনোৱা হল।।
জয়গুৰু 🙏

14/09/2025
চিমেনে চাপৰি শ্ৰীমন্দিৰ উদ্বোধনী অনুষ্ঠানত পূজনীয় অবিন দা
11/11/2024

চিমেনে চাপৰি শ্ৰীমন্দিৰ উদ্বোধনী অনুষ্ঠানত পূজনীয় অবিন দা

11/11/2024

চিমেন চাপৰি শ্ৰীমন্দিৰ উদ্বোধনী অনুষ্ঠানত পূজ্যপাদ আচাৰ্যদেৱ আৰু পূজনীয় অবিন দা

15/09/2024

পৰমপ্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭ তম জন্ম মহোৎসৱ : ইষ্টপ্ৰসংগ

01/09/2024

এটি অসমীয়া হৰিনাম
ভাদ্ৰ পৰিক্ৰমা সৎসংগ : ১ ছেপ্টেম্বৰ ২০২৪

Address

Kulapathar
Dhemaji
SATSANGVIHARDHEMAJI 09854088604 HTTPS://MAPS.APP.GOO.GL/HGZFQSVXWVZU2FY9A

Alerts

Be the first to know and let us send you an email when Satsang Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Satsang Dhemaji:

Share