10/08/2026
অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষক, ভৈৰৱপুৰ নেতাজী এম. ই. স্কুলৰ প্ৰাক্তন প্ৰধান অধ্যাপক, বিশিষ্ট সমাজকৰ্মী আৰু চিলাপথাৰ হিন্দু শ্মশানঘাট পৰিচালনা সমিতিৰ এগৰাকী সক্ৰিয় উপদেষ্টা তথা আমাৰ মাৰ্গদৰ্শক শ্ৰী গোপাল চন্দ্ৰ দেৱ ছাৰৰ আকস্মিক পৰলোকগমন আমাৰ বাবে এক অপূৰণীয় ক্ষতি।
ছাৰৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। ওঁম শান্তি!! 🙏